• Home
  • »
  • News
  • »
  • sports
  • »
  • CSK Wins IPL 2021 : চেন্নাই ছুপাৰ কিংছে জয় কৰিলে IPL 2021ৰ খিতাপ, চতুৰ্থবাৰলৈ IPLৰ চেম্পিয়ন হ'ল CSK

CSK Wins IPL 2021 : চেন্নাই ছুপাৰ কিংছে জয় কৰিলে IPL 2021ৰ খিতাপ, চতুৰ্থবাৰলৈ IPLৰ চেম্পিয়ন হ'ল CSK

CSK Wins IPL 2021 : চেন্নাই ছুপাৰ কিংছে জয় কৰিলে IPL 2021ৰ খিতাপ।

CSK Wins IPL 2021 : চেন্নাই ছুপাৰ কিংছে জয় কৰিলে IPL 2021ৰ খিতাপ।

CSK Wins IPL 2021 : চেন্নাই ছুপাৰ কিংছে জয় কৰিলে IPL 2021ৰ খিতাপ।

  • Share this:
চেন্নাই ছুপাৰ কিংছে জয় কৰিলে IPL 2021ৰ খিতাপ।

চতুৰ্থবাৰলৈ IPLৰ চেম্পিয়ন হ'ল CSK। ইয়াৰ পূৰ্বে ২০১০, ২০১১ আৰু ২০১৮ চনত IPLৰ ট্ৰফী জয় কৰিছিল CSKই। মুম্বাই ইণ্ডিয়ানছে সৰ্বাধিক ৫বাৰ চেম্পিয়ন হৈছে।

কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰিলে ফাইনেলত।

২৭ ৰাণত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰিলে চেন্নাই ছুপাৰ কিংছে ।

চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেটিং কৰি ৩ উইকেটত ১৯২ ৰাণ সংগ্ৰহ কৰিছিল।

CSKৰ হৈ ফাফ ডুপ্লেছিছে সৰ্বাধিক ৮৬ ৰাণ কৰে। মইন আলীয়ে ৩৭ আৰু ঋতুৰাজ গাইকোৱাডে ৩২ ৰাণ কৰে।

CSKৰ হৈ শ্বাৰ্দুল ঠাকুৰে তিনিটা উইকেট দখল কৰে। হেজলউডে ২টা আৰু ৰবীন্দ্ৰ জাদেজাই ২টা উইকেট  দখল কৰে।

৯ উইকেটত ১৬৫ ৰাণ কৰি অল আউট হয় KKRৰ দল।

KKRৰ হৈ অপেনাৰ শুভমন গিলে ৫১ আৰু ভেংকটেশ আয়াৰে ৫০ ৰাণ কৰে।

এইখন আছিল মহেন্দ্ৰ সিং ধোনীৰ অধিনায়ক হিচাপে ৩০০ সংখ্যক T20 খেল।
Published by:Manjumoni Borah
First published: