• Home
  • »
  • News
  • »
  • sports
  • »
  • IND W vs WI W: মিতালী ৰাজে বিশ্বকাপত ইতিহাস সৃষ্টি কৰিছে, এই কিংবদন্তি মহিলা ক্ৰিকেটাৰগৰাকীৰ অভিলেখ ভংগ কৰিছে ...

IND W vs WI W: মিতালী ৰাজে বিশ্বকাপত ইতিহাস সৃষ্টি কৰিছে, এই কিংবদন্তি মহিলা ক্ৰিকেটাৰগৰাকীৰ অভিলেখ ভংগ কৰিছে ...

মহিলা বিশ্বকাপ ২০২২ৰ (ICC Women World Cup 2022) অধীনত শনিবাৰে খেলা খেলখনত অধিনায়ক মিতালী ৰাজে এক নতুন অভিলেখ গঢ়িছে। মহিলা বিশ্বকাপত সৰ্বাধিক সংখ্যক খেলত অধিনায়কৰ ভাৰ লোৱা মিতালী বিশ্বৰ প্ৰথমগৰাকী অধিনায়ক হৈছে।

  • Share this:
ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ (India vs West Indies) মাজত অনুষ্ঠিত আইচিচি মহিলা বিশ্বকাপ ২০২২ৰ (ICC Women World Cup 2022) অধীনত শনিবাৰে খেলা আইচিচি মহিলা বিশ্বকাপ ২০২২ ৰ খেলখনত অধিনায়ক মিতালী ৰাজে এক নতুন অভিলেখ গঢ়িছে। মহিলা বিশ্বকাপত সৰ্বাধিক সংখ্যক খেলত অধিনায়কৰ ভাৰ লোৱা মিতালী বিশ্বৰ প্ৰথম গৰাকী অধিনায়ক হৈছে।

নিউজিলেণ্ডত অনুষ্ঠিত হৈ থকা মহিলা ক্ৰিকেট বিশ্বকাপত টীম ইণ্ডিয়াৰ অধিনায়ক মিতালী ৰাজে নিৰন্তৰ অভিলেখ গঢ়ি আছে। তেওঁ ৬ খন বিশ্বকাপত অংশগ্ৰহণ কৰা বিশ্বৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ আৰু অভাৰঅল তৃতীয়গৰাকী ক্ৰিকেটাৰ। একে সময়তে, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে, তেওঁ তেওঁৰ নামত আন এটা অভিলেখ গঢ়িছে। এই সময়ছোৱাত, তেওঁ বিশ্বকাপৰ সৰ্বাধিক খেলত অধিনায়কত্ব কৰাৰ বাবে অষ্ট্ৰেলিয়াৰ বেলিণ্ডা ক্লাৰ্কৰ অভিলেখ ভংগ কৰে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি