• Home
  • »
  • News
  • »
  • sports
  • »
  • টীম ইণ্ডিয়াত ডাঙৰ পৰিৱৰ্তন, পাণ্ডিয়া-হুডা আউট ! এই দুজন খেলুৱৈৰ প্ৰৱেশ, কিয় ?

টীম ইণ্ডিয়াত ডাঙৰ পৰিৱৰ্তন, পাণ্ডিয়া-হুডা আউট ! এই দুজন খেলুৱৈৰ প্ৰৱেশ, কিয় ?

ভাৰতৰ পেচাৰ মহম্মদ ছামী Covid-19ৰ পৰা আৰোগ্য হোৱা নাই বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ শৃংখলাৰ পৰা বাদ পৰিছে। আনহাতে বেংগলৰ অলৰাউণ্ডাৰ শ্বাহবাজ আহমেদক হাৰ্দিক পাণ্ডিয়াৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰা হৈছে।

  • Share this:
ভাৰতৰ পেচাৰ মহম্মদ ছামী Covid-19ৰ পৰা আৰোগ্য হোৱা নাই বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ শৃংখলাৰ পৰা বাদ পৰিছে। আনহাতে বেংগলৰ অলৰাউণ্ডাৰ শ্বাহবাজ আহমেদক হাৰ্দিক পাণ্ডিয়াৰ ঠাইত দলত অন্তৰ্ভুক্ত কৰা হৈছে। পাণ্ডিয়াক বিশ্ৰাম দিয়া হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা ২৮ ছেপ্টেম্বৰত তিৰুৱন্তপুৰমত আৰম্ভ হ'ব।

পিঠিৰ আঘাতৰ বাবে অলৰাউণ্ডাৰ দীপক হুডাকো শৃংখলাৰ পৰা বাহিৰ কৰা হৈছে। ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাৰ বাবে মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰক দলত অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) এজন জ্যেষ্ঠ সূত্ৰই নাম প্ৰকাশ নকৰাৰ চৰ্তত এই তথ্য ভাগ বতৰা কৰিছে। "ছামী কোভিড-১৯ৰ পৰা আৰোগ্য হোৱা নাই। তেওঁক অধিক সময়ৰ প্ৰয়োজন আৰু সেয়েহে তেওঁ দক্ষিণ আফ্ৰিকা শৃংখলাৰ পৰা বাহিৰ হ'ব। উমেশ যাদৱে দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ছামীৰ বিকল্প হিচাপে অব্যাহত থাকিব।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি