গুজৰাট টাইটানছে আই পি এলৰ ৫৭ তম খেলত লক্ষ্ণৌ চুপাৰজায়ান্টছক ৬২ ৰাণত পৰাস্ত কৰি তেওঁলোকৰ প্লে অফৰ টিকট বুক কৰিছে। গুজৰাট ১৮ পইণ্টত উপনীত হৈছে আৰু প্লে অফত উপনীত হোৱা প্ৰথম দল হৈ পৰিছে।

গুজৰাটে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ২০ অভাৰত ৪ উইকেটত ১৪৪ ৰাণ সংগ্ৰহ কৰে৷ অপেনাৰ শুভমান গিলে অপৰাজিত ৬৩ ৰাণ কৰে৷ ইয়াৰ প্ৰত্যুত্তৰত, চুপাৰ জায়াণ্টছৰ দলটো ১৩.৫ অভাৰত ৮২ ৰাণত অলআউট হয়। ৰছিদ খানে ৪টা উইকেট দখল কৰে, ছাই কিশোৰ আৰু জছ দয়ালে ২টা উইকেট দখল কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|