உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL 2022: হাইভল্টেজ খেলত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ ! জয়েৰে প্লে অফত প্ৰৱেশৰ আশা জীয়াই ৰাখিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে ...

    IPL 2022: হাইভল্টেজ খেলত পৰাস্ত মুম্বাই ইণ্ডিয়ানছ ! জয়েৰে প্লে অফত প্ৰৱেশৰ আশা জীয়াই ৰাখিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে ...

    উমৰাণ মালিকে মঙলবাৰে আই পি এল ২০২২ (IPL 2022) ত আকৌ এবাৰ সুন্দৰ প্ৰদৰ্শন কৰিছে। জম্মু আৰু কাশ্মীৰৰ দ্ৰুত বলাৰগৰাকীয়ে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে (MI vs SRH) ৩ টা উইকেট লৈ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্লে অফৰ আশা জীয়াই ৰাখিছে।

    • Share this:

    খেলখনত হায়দৰাবাদে প্ৰথমে বেট ধৰি ৬ টা উইকেট হেৰুৱাই ১৯৩ ৰাণ সংগ্ৰহ কৰিছিল। ৰাহুল ত্ৰিপাঠীয়ে এটা সুন্দৰ অৰ্ধ-শতক অৰ্জন কৰিছিল। এইটো তেওঁৰ ছিজনৰ তৃতীয় অৰ্ধশতক। ইয়াৰ প্ৰত্যুত্তৰত মুম্বাইয়ে ৭ টা উইকেট হেৰুৱাই মাত্ৰ ১৯০ ৰাণ হে সংগ্ৰহ কৰিব পাৰিছিল। ১৩ খন খেলত এইটো হায়দৰাবাদৰ ষষ্ঠ জয়। অৱশ্যে, হায়দৰাবাদ দলটোৱে অন্তিমখন মেচ জিকাৰ পিছতো ১৪ পইণ্টতহে উপনীত হ'বলৈ সক্ষম হ'ব। এনে পৰিস্থিতিত, তেওঁলোকৰ আশা কেৱল তেতিয়াহে থাকিব যদি আৰচিবি আৰু দিল্লী দুয়োখন অন্তিমখন মেচত পৰাজিত হয়। ১৩ খন খেলত মুম্বাইৰ এইটো দশম পৰাজয়।
    Published by:Kokil Sarma
    First published: