
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে আই পি এল ২০২২ (IPL 2022) এলিমিনেটৰ মেচত লক্ষ্ণৌ চুপাৰজায়ান্টছৰ (RCB vs LSG) সন্মুখত ২০৮ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে আই পি এল ২০২২ (IPL 2022) এলিমিনেটৰ মেচত লক্ষ্ণৌ চুপাৰজায়ান্টছৰ (RCB vs LSG) সন্মুখত ২০৮ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে আই পি এল ২০২২ (IPL 2022) এলিমিনেটৰ মেচত লক্ষ্ণৌ চুপাৰজায়ান্টছৰ (RCB vs LSG) সন্মুখত ২০৮ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। খেলখন কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত খেলা হৈছে। আৰচিবিৰ হৈ ৰজত পাতিদাৰে ৪৯ টা বলত শতক অৰ্জন কৰে। পাতিদাৰে ১১২ ৰান কৰি শেষলৈ অপৰাজিত হৈ থাকে। ৰজত আই পি এলৰ প্লে অফ/নকআউটত শতক অৰ্জন কৰা প্ৰথম আনকেপড খেলুৱৈ হৈ পৰিছে। আৰচিবিয়ে নিৰ্ধাৰিত ২০ অভাৰত ৪ টা উইকেট হেৰুৱাই ২০৭ ৰাণ সংগ্ৰহ কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|