• Home
  • »
  • News
  • »
  • sports
  • »
  • IPL 2022: আৱেশ খানৰ ঘাতক বলিঙেৰে দ্বিতীয় বিজয় লক্ষ্ণৌৰ ! পুনৰ পৰাস্ত হায়দৰাবাদ ...

IPL 2022: আৱেশ খানৰ ঘাতক বলিঙেৰে দ্বিতীয় বিজয় লক্ষ্ণৌৰ ! পুনৰ পৰাস্ত হায়দৰাবাদ ...

লক্ষ্ণৌ চুপাৰ জায়ান্টছে (Lucknow Super Giants) আই পি এল ২০২২ ত এক উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই তেওঁলোকৰ দ্বিতীয়টো জয়লাভ কৰে। সোমবাৰে নিশা (SRH vs LSG) এক ৰোমাঞ্চকৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ১২ ৰাণত পৰাস্ত কৰে।

  • Share this:
লক্ষ্ণৌ চুপাৰ জায়ান্টছে (Lucknow Super Giants) আই পি এল ২০২২ ত এক উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই তেওঁলোকৰ দ্বিতীয়টো জয়লাভ কৰে। সোমবাৰে নিশা (SRH vs LSG) এক ৰোমাঞ্চকৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ১২ ৰাণত পৰাস্ত কৰে। প্ৰতিযোগিতাখনত (IPL 2022) ৩ খন খেলত এইটো দলটোৰ দ্বিতীয় জয়। হায়দৰাবাদৰ একেৰাহে দ্বিতীয়টো পৰাজয়। কেপ্টেইন কে এল ৰাহুল আৰু দীপক হুডাই অৰ্ধশতক অৰ্জন কৰে। লক্ষ্ণৌৱে ৭ টা উইকেট হেৰুৱাই ১৬৯ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত হায়দৰাবাদে ৯ টা উইকেট হেৰুৱাই মাত্ৰ ১৫৭ ৰাণ হে সংগ্ৰহ কৰে। দ্ৰুত বলাৰ আবেশ খানে সুন্দৰ বলিং কৰিছিল আৰু ২৪ ৰাণত ৪ টা উইকেট দখল কৰে।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰভাল আৰম্ভণি হোৱা নাছিল। অধিনায়ক কেন উইলিয়ামছনক দ্ৰুত বলাৰ আৱেশ খানে ১৬ টা বলত ১৬ ৰাণত আউট কৰিছিল। তাৰ পিছত ৰাহুল ত্ৰিপাঠী আৰু তেওঁৰ বিদায়ৰ পিছত নিকোলাছ পুৰানে দলক জয়ৰ দিশে আগুৱাই নিছিল। কিন্তু আৱেশ খানে ১৮তম অভাৰত দুটা উইকেট দখল কৰি ছানৰাইজাৰ্ছক বেকফুটলৈ নিয়ে।
Published by:Kokil Sarma
First published: