உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL 2022: অন্তিম বলত ৰোমাঞ্চকৰ জয়েৰে প্লে-অফত প্ৰৱেশ কৰিলে লক্ষ্ণৌৱে ! IPLৰ প্লে অফৰ আশা নিৰ্বাপিত কলকাতাৰ ...

    IPL 2022: অন্তিম বলত ৰোমাঞ্চকৰ জয়েৰে প্লে-অফত প্ৰৱেশ কৰিলে লক্ষ্ণৌৱে ! IPLৰ প্লে অফৰ আশা নিৰ্বাপিত কলকাতাৰ ...

    কলকাতা নাইট ৰাইডাৰ্ছ (KKR) আই পি এল ২০২২ (IPL2022) ৰ পৰা বাহিৰ হৈছে। টি-২০ লীগৰ ৬৬ সংখ্যক খেলত এক ৰোমাঞ্চকৰ খেলত দলটোক লক্ষ্ণৌ চুপাৰজায়ান্টছে ২ ৰাণত পৰাস্ত কৰিছে।

    • Share this:

    ১৪ খন খেলত কেকেআৰৰ এইটো ৮ম পৰাজয়। ১৪ খন খেলত এইটো লক্ষ্ণৌৰ ৯ম জয়। খেলখনত লক্ষ্ণৌৱে প্ৰথমে বেট ধৰি কোনো উইকেট অবিহনে ২১০ ৰাণৰ বিশাল স্ক'ৰ সংগ্ৰহ কৰিছিল। উইকেটকিপাৰ বেটছমেন কুইন্টন ডিককে অপৰাজিত ১৪০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত কেকেআৰে ৮ টা উইকেট হেৰুৱাই ২০৮ ৰাণ হে সংগ্ৰহ কৰে। লক্ষ্ণৌ আৰু গুজৰাট টাইটানছৰ দলে প্লে অফত উপনীত হৈছে। বাকী ২ টা দল এতিয়াও চুড়ান্ত হোৱা নাই।
    Published by:Kokil Sarma
    First published: