কলকাতা নাইট ৰাইডাৰ্ছ (KKR) আই পি এল ২০২২ (IPL2022) ৰ পৰা বাহিৰ হৈছে। টি-২০ লীগৰ ৬৬ সংখ্যক খেলত এক ৰোমাঞ্চকৰ খেলত দলটোক লক্ষ্ণৌ চুপাৰজায়ান্টছে ২ ৰাণত পৰাস্ত কৰিছে।

১৪ খন খেলত কেকেআৰৰ এইটো ৮ম পৰাজয়। ১৪ খন খেলত এইটো লক্ষ্ণৌৰ ৯ম জয়। খেলখনত লক্ষ্ণৌৱে প্ৰথমে বেট ধৰি কোনো উইকেট অবিহনে ২১০ ৰাণৰ বিশাল স্ক'ৰ সংগ্ৰহ কৰিছিল। উইকেটকিপাৰ বেটছমেন কুইন্টন ডিককে অপৰাজিত ১৪০ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত কেকেআৰে ৮ টা উইকেট হেৰুৱাই ২০৮ ৰাণ হে সংগ্ৰহ কৰে। লক্ষ্ণৌ আৰু গুজৰাট টাইটানছৰ দলে প্লে অফত উপনীত হৈছে। বাকী ২ টা দল এতিয়াও চুড়ান্ত হোৱা নাই।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|