உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL 2021, Orange Cap : চেন্নাই ছুপাৰ কিংছৰ ঋতুৰাজ গাইকোৱাডে জয় কৰিলে অৰেঞ্জ কেপ, ৰচিলে নতুন অভিলেখ

    IPL 2021, Orange Cap : চেন্নাই ছুপাৰ কিংছৰ ঋতুৰাজ গাইকোৱাডে জয় কৰিলে অৰেঞ্জ কেপ, ৰচিলে নতুন অভিলেখ

    মুঠ ৬৩৫ ৰাণ কৰি ঋতুৰাজ গাইকোৱাডে অৰেঞ্জ কেপ জয় কৰিছে। গাইকোৱাড হৈছে অৰেঞ্জ কেপ জয় কৰা IPLৰ সৰ্বকনিষ্ঠ খেলুৱৈ। 

    • Share this:
    চেন্নাই ছুপাৰ কিংছ (Chennai Super Kings)ৰ অপেনাৰ বেটছমেন  ঋতুৰাজ গাইকোৱাডে  (Ruturaj Gaikwad) জয় কৰিলে IPL 2021ৰ অৰেঞ্জ কেপ (Orange Cap) । কলকাতা নাইটা ৰাইডাৰ্ছ (Kolkata Knight Riders)ৰ বিৰুদ্ধে ফাইনেল খেলত ৩২ ৰাণ কৰি আউট হয় যদিও অৰেঞ্জ কেপ জয় কৰিবলৈ সক্ষম হয়।

    মুঠ ৬৩৫ ৰাণ কৰি ঋতুৰাজ গাইকোৱাডে অৰেঞ্জ কেপ জয় কৰিছে। গাইকোৱাড হৈছে অৰেঞ্জ কেপ জয় কৰা IPLৰ সৰ্বকনিষ্ঠ খেলুৱৈ।  আনহাতে ফাফ ডুপ্লেছিয়ে ৬৩৩ ৰাণ কৰি দ্বিতীয় স্থানত থাকে।
    Published by:Manjumoni Borah
    First published: