চেন্নাই ছুপাৰ কিংছ (Chennai Super Kings)ৰ অপেনাৰ বেটছমেন ঋতুৰাজ গাইকোৱাডে (Ruturaj Gaikwad) জয় কৰিলে IPL 2021ৰ অৰেঞ্জ কেপ (Orange Cap) । কলকাতা নাইটা ৰাইডাৰ্ছ (Kolkata Knight Riders)ৰ বিৰুদ্ধে ফাইনেল খেলত ৩২ ৰাণ কৰি আউট হয় যদিও অৰেঞ্জ কেপ জয় কৰিবলৈ সক্ষম হয়।
মুঠ ৬৩৫ ৰাণ কৰি ঋতুৰাজ গাইকোৱাডে অৰেঞ্জ কেপ জয় কৰিছে। গাইকোৱাড হৈছে অৰেঞ্জ কেপ জয় কৰা IPLৰ সৰ্বকনিষ্ঠ খেলুৱৈ। আনহাতে ফাফ ডুপ্লেছিয়ে ৬৩৩ ৰাণ কৰি দ্বিতীয় স্থানত থাকে।
বিজ্ঞাপন
undefined
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :