• Home
  • »
  • News
  • »
  • sports
  • »
  • Ind vs NZ: বৰষুণৰ বাবে টাই হ'ল ভাৰত-নিউজিলেণ্ডৰ অন্তিম টি-২০, শৃংখলা জয়েৰে অভিযান সামৰিলে ভাৰতে ...

Ind vs NZ: বৰষুণৰ বাবে টাই হ'ল ভাৰত-নিউজিলেণ্ডৰ অন্তিম টি-২০, শৃংখলা জয়েৰে অভিযান সামৰিলে ভাৰতে ...

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত খেলা তিনিখন খেলৰ টি-২০ শৃংখলাৰ সিদ্ধান্ত বৰষুণৰ বাবে দুয়োটা দলে ভবাৰ দৰে নাছিল। বৰষুণৰ বাবে প্ৰথমখন খেল বাতিল হোৱাৰ পিছত, ভাৰতে দ্বিতীয় খন টি-২০ত ৬৫ ৰাণত জিকিছিল। তৃতীয় খন খেল বৰষুণৰ বাবে সম্পূৰ্ণ কৰিব পৰা নগ'ল।

  • Share this:
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত খেলা তিনিখন খেলৰ টি-২০ শৃংখলাৰ সিদ্ধান্ত বৰষুণৰ বাবে দুয়োটা দলে ভবাৰ দৰে নাছিল। বৰষুণৰ বাবে প্ৰথমখন খেল বাতিল হোৱাৰ পিছত, ভাৰতে দ্বিতীয় খন টি-২০ত ৬৫ ৰাণত জিকিছিল। তৃতীয় খন খেল বৰষুণৰ বাবে সম্পূৰ্ণ কৰিব পৰা নগ'ল। প্ৰথমে বেটিং কৰি নিউজিলেণ্ডৰ দলটো ১৬০ ৰাণত অল আউট হয়। খেলখন বন্ধ হোৱাৰ সময়ত ভাৰতে ৯ অভাৰত ৪ টা উইকেটত ৭৫ ৰাণ সংগ্ৰহ কৰিছিল। ডাকৱৰ্থ-লুইছ ৰুল অনুসৰি, ভাৰত বিজয়ৰ লক্ষ্য সমান আছিল আৰু সেইকাৰণে মেচখন টাই ঘোষণা কৰা হয়।

নিউজিলেণ্ডৰ বিৰুদ্ধে ১৬১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ৭৫ ৰাণত ৪টা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱায়। বেয়া পৰ্যায়ৰ মাজেৰে গৈ থকা ঋষভ পন্তে ১১ ৰাণ কৰি উভতি আহে আৰু ঈশান কিষাণে ১০ ৰাণ সংগ্ৰহ কৰে। সূৰ্যকুমাৰেও মাত্ৰ ১৩ ৰাণ সংগ্ৰহ কৰিছিল। ৯ অভাৰৰ পিছত বৰষুণৰ বাবে খেলখন বন্ধ কৰি দিয়া হয় আৰু তাৰ পিছত ইয়াক আৰম্ভ কৰিব পৰা নগ'ল।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি