বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / ক্ৰীড়া / ৰোহিত শৰ্মাই আঘাতপ্ৰাপ্ত হোৱাৰ পিছত এটা সুন্দৰ ইনিংছ খেলিলে, কিন্তু বাংলাদেশৰ পৰা বিজয় কাঢ়ি আনিব নোৱাৰিলে ...

ৰোহিত শৰ্মাই আঘাতপ্ৰাপ্ত হোৱাৰ পিছত এটা সুন্দৰ ইনিংছ খেলিলে, কিন্তু বাংলাদেশৰ পৰা বিজয় কাঢ়ি আনিব নোৱাৰিলে ...

ৰোহিত শৰ্মাই আঘাতপ্ৰাপ্ত হোৱাৰ পিছত এটা সুন্দৰ ইনিংছ খেলিলে, কিন্তু বাংলাদেশৰ পৰা বিজয় কাঢ়ি আনিব নোৱাৰিলে ...

প্ৰথমে বেটিং কৰি বাংলাদেশে মেহেদী হাছান মিৰাজৰ শতকৰ ভিত্তিত ৭ উইকেটত ২৭১ ৰাণ সংগ্ৰহ কৰে। ভাৰতীয় দলটোৱে ৯ টা উইকেটৰ বিনিময়ত মাত্ৰ ২৬৬ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

বাংলাদেশৰ বিৰুদ্ধে তিনিখন খেলৰ শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতীয় দলটোৱে পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছে। হাতত গুৰুতৰ আঘাত পোৱাৰ পিছত ৰোহিত শৰ্মা খেলপথাৰলৈ আহিছিল। প্ৰথমে বেটিং কৰি বাংলাদেশে মেহেদী হাছান মিৰাজৰ শতকৰ ভিত্তিত ৭ উইকেটত ২৭১ ৰাণ সংগ্ৰহ কৰে। ভাৰতীয় দলটোৱে ৯ টা উইকেটৰ বিনিময়ত মাত্ৰ ২৬৬ ৰাণ হে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। বাংলাদেশে মেচখন ৫ ৰাণত জিকি শৃংখলাটোত ২-০ ৰ অপৰাজেয় অগ্ৰগতি লাভ কৰে।

বিজ্ঞাপন

ৰোহিত শৰ্মাৰ উজ্জ্বল ইনিংছ

হাতত গুৰুতৰ আঘাত পোৱাৰ পাছতো কেপ্টেইন ৰোহিত শৰ্মাই খেলপথাৰত ভৰি দিছিল। শেষৰ অভাৰত, তেওঁ এটা এটাকৈ ডাঙৰ শ্বট মাৰিছিল আৰু দলটোক স্ক’ৰৰ ওচৰলৈ লৈ গৈছিল। তেওঁ চিৰাজৰ সৈতে দলটোক বিজয়ৰ ওচৰলৈ লৈ আহিছিল। অধিনায়কজনে মাত্ৰ ২৮ টা বলত এটা সুন্দৰ অৰ্ধশতক অৰ্জন কৰিছিল কিন্তু দলটোক জয়ী কৰাব নোৱাৰিলে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন