• Home
  • »
  • News
  • »
  • sports
  • »
  • T20 World Cup: বিশ্বকাপৰ দ্বিতীয়খন ৱাৰ্ম আপ মেচত ভাৰতে ধৰাশায়ী কৰিলে অষ্ট্ৰেলিয়াক, ৰোহিত-ৰাহুলৰ দৰ্শনীয় বেটিং...

T20 World Cup: বিশ্বকাপৰ দ্বিতীয়খন ৱাৰ্ম আপ মেচত ভাৰতে ধৰাশায়ী কৰিলে অষ্ট্ৰেলিয়াক, ৰোহিত-ৰাহুলৰ দৰ্শনীয় বেটিং...

India vs Australia Warm Up Match : ভাৰতীয় ক্ৰিকেট দলে ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপ (T20 World Cup)ৰ দ্বিতীয়খন ৱাৰ্ম-আপ মেচত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে। বুধবাৰে ডুবাইৰ আইচিচি ক্ৰিকেট একাডেমী গ্ৰাউণ্ডত নিৰ্ধাৰিত ২০ অভাৰত অষ্ট্ৰেলিয়াই ৫ উইকেটত ১৫২ ৰাণ সংগ্ৰহ কৰে, যাৰ পিছত ভাৰতে ১৭.৫ অভাৰত মাত্ৰ ১ টা উইকেট হেৰুৱাই লক্ষ্য প্ৰাপ্ত কৰে।

  • Share this:
ভাৰতীয় ক্ৰিকেট দলে ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপ (T20 World Cup)ৰ দ্বিতীয়খন ৱাৰ্ম-আপ মেচত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে। বুধবাৰে ডুবাইৰ আইচিচি ক্ৰিকেট একাডেমী গ্ৰাউণ্ডত নিৰ্ধাৰিত ২০ অভাৰত অষ্ট্ৰেলিয়াই ৫ উইকেটত ১৫২ ৰাণ সংগ্ৰহ কৰে, যাৰ পিছত ভাৰতে ১৭.৫ অভাৰত মাত্ৰ ১ টা উইকেট হেৰুৱাই লক্ষ্য প্ৰাপ্ত কৰে। ৰোহিত শৰ্মাই ৬০ ৰাণ সংগ্ৰহ কৰি উভতি আহে, হাৰ্ডিক পাণ্ডিয়াই (১৪*) বিজয়ী ছয় ৰাণ সংগ্ৰহ কৰে। সূৰ্যকুমাৰ যাদৱে ২৭ টা বলত ৩৮ ৰাণ কৰি অপৰাজিত হৈ থাকে। এষ্টন এগাৰে অষ্ট্ৰেলিয়াৰ হৈ একমাত্ৰ উইকেটটো দখল কৰে।

১৫৪ ৰাণৰ লক্ষ্য ৰক্ষা কৰি ভাৰতীয় দলটোক কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই ভাল আৰম্ভণি দিয়ে। দুয়োজনে ৯.১ অভাৰত ৬৮ ৰাণ যোগ কৰিছিল। অংশীদাৰীত্বটো এষ্টন এগাৰে ভংগ কৰে আৰু কে এল ৰাহুলে (৩৯) ডেভিদ ৱাৰ্ণাৰৰ হাতত ধৰা পৰে। ৰাহুলে তেওঁৰ ৩১ টা বলৰ ইনিংছত ২টা চাৰি আৰু ৩ টা ছয় কোবাই। ৰোহিতে তেতিয়া সূৰ্যকুমাৰ যাদৱৰ সৈতে ইনিংছটো আগুৱাই লৈ যায়। ভাৰতৰ ১০০ ৰাণ ১২.৪ অভাৰত সম্পূৰ্ণ কৰে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি