• Home
  • »
  • News
  • »
  • sports
  • »
  • IND vs AUS: অষ্ট্ৰেলিয়াক দ্বিতীয় টি-২০ত পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন কৰিলে ভাৰতে, ৰোহিতৰ দৰ্শনীয় বেটিঙেৰে ভাৰতৰ ৬উইকেটত জয়লাভ ...

IND vs AUS: অষ্ট্ৰেলিয়াক দ্বিতীয় টি-২০ত পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন কৰিলে ভাৰতে, ৰোহিতৰ দৰ্শনীয় বেটিঙেৰে ভাৰতৰ ৬উইকেটত জয়লাভ ...

ৰোহিত শৰ্মাই সুন্দৰ বেটিঙেৰে ২০টা বলত অপৰাজিত ৪৬ ৰান কৰি দলৰ বিজয় সহজ কৰি তোলে। দীনেশ কাৰ্তিকে মাত্ৰ দুটা বলতে ১০ ৰান সংগ্ৰহ কৰি শৰ্মাক সমৰ্থন আগবঢ়ায়।

  • Share this:
প্ৰথমখন টি ২০ত পৰাস্ত হলেও দ্বিতীয় টি ২০ত প্ৰত্যাৱৰ্তন কৰিছে ভাৰতীয় দলে। আজি অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়া দলে নিৰ্ধাৰিত ৮ অভাৰত ৫টা উইকেট হেৰুৱাই ৯০ ৰান সংগ্ৰহ কৰে। ভাৰতীয় স্পীনাৰ অক্সৰ পেটেলে ২ অভাৰত মাত্ৰ ১৩ ৰান দি দুটা উইকেট দখল কৰে।

প্ৰত্যুত্তৰত ৯১ ৰানৰ বিজয়লক্ষ্য আগত লৈ ভাৰতীয় দলে ৪টা বল বাকী থকা অৱস্থাত ৪টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। অষ্ট্ৰেলিয়াৰ হৈ স্পীনাৰ আদাম জাম্পাই ২ অভাৰত ১৬ ৰান দি ৩টা উইকেট দখল কৰিলেও ৰোহিত শৰ্মাই সুন্দৰ বেটিঙেৰে ২০টা বলত অপৰাজিত ৪৬ ৰান কৰি দলৰ বিজয় সহজ কৰি তোলে। দীনেশ কাৰ্তিকে মাত্ৰ দুটা বলতে ১০ ৰান সংগ্ৰহ কৰি শৰ্মাক সমৰ্থন আগবঢ়ায়।
Published by:Kokil Sarma
First published: