உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • India vs South Africa1st ODI: অথলে গ'ল ধাৱান-কোহলীৰ অৰ্ধশতক ! মিডল অৰ্ডাৰৰ ব্যৰ্থতা, প্ৰথম এদিনীয়াত ভাৰতৰ পৰাজয় ...

    India vs South Africa1st ODI: অথলে গ'ল ধাৱান-কোহলীৰ অৰ্ধশতক ! মিডল অৰ্ডাৰৰ ব্যৰ্থতা, প্ৰথম এদিনীয়াত ভাৰতৰ পৰাজয় ...

    India vs South Africa1st ODI: প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাই ভাৰতক (India vs South Africa) ৩১ ৰাণত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈছিল আৰু অধিনায়ক টেম্বা বাভুমা আৰু ৰাচি ভান ডাৰ ডুছেনৰ উজ্জ্বল শতকৰ বাবে ভাৰতক ২৯৭ ৰাণৰ লক্ষ্য দিছিল।

    • Share this:
    পাৰ্লত খেলা প্ৰথমখন এদিনীয়াত দক্ষিণ আফ্ৰিকাই ভাৰতক (India vs South Africa) ৩১ ৰাণত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈছিল আৰু অধিনায়ক টেম্বা বাভুমা আৰু ৰাচি ভান ডাৰ ডুছেনৰ উজ্জ্বল শতকৰ বাবে ভাৰতক ২৯৭ ৰাণৰ লক্ষ্য দিছিল।

    প্ৰত্যুত্তৰত বিশাল লক্ষ্য অনুসৰণ কৰি শিখৰ ধাৱান , বিৰাট কোহলী (Virat Kohli) আৰু শাৰ্দুল ঠাকুৰৰ অৰ্ধশতক স্বত্বেও ভাৰতে ৮ উইকেটত ২৬৫ ৰাণ সংগ্ৰহ কৰে। ঠাকুৰে ৫০ ৰাণত আৰু যশপ্ৰীত বুমৰাহে ১৪ ৰাণত অপৰাজিত আছিল। বিৰাট আৰু ধাৱানে দ্বিতীয় উইকেটৰ যুটিত ৯২ ৰান যোগ দিলেও সেয়া দলৰ জয়ৰ বাবে পৰ্যাপ্ত নাছিল। কোহলীৰ বিদায়ৰ পিছতে ভাৰতৰ ইটোৰ পিছত সিটো উইকেটৰ পতন হ'বলৈ ধৰে আৰু মিডল অৰ্ডাৰৰ ব্যৰ্থতাৰ বাবে ভাৰতে খেলখনত পৰাজয়বৰণ কৰিবলগীয়া হয়। তিনিখন এদিনীয়া শৃংখলাত আফ্ৰিকাৰ দলটোৱে ১-০ ৰ অগ্ৰগতি লাভ কৰিছে। দ্বিতীয় খন খেল ২১ জানুৱাৰীত একেখন খেলপথাৰতে অনুষ্ঠিত হ'ব।
    Published by:Kokil Sarma
    First published: