• Home
  • »
  • News
  • »
  • sports
  • »
  • ICC ODI Rankings: শুভমন গিলে ৪৫ টা স্থান জাঁপ মাৰিলে, বিৰাট কোহলীয়ে ৫ম স্থান অক্ষুণ্ণ ৰাখিছে ...

ICC ODI Rankings: শুভমন গিলে ৪৫ টা স্থান জাঁপ মাৰিলে, বিৰাট কোহলীয়ে ৫ম স্থান অক্ষুণ্ণ ৰাখিছে ...

বুধবাৰে প্ৰকাশিত শেহতীয়া আইচিচি এদিনীয়া ৰেংকিঙত (ICC ODI Rankings) ভাৰতীয় অপেনাৰ শুভমান গিলে ৪৫ টা স্থান জপিয়াই ৩৮ তম স্থানত উপনীত হৈছে। ২২ বছৰীয়া বেটছমেনজনে জিম্বাবোৱেৰ বিৰুদ্ধে শেহতীয়াকৈ সমাপ্ত এদিনীয়া শৃংখলাত (ZIM vs IND ODI Series) ভাল প্ৰদৰ্শন কৰিছিল।

  • Share this:
বুধবাৰে প্ৰকাশিত শেহতীয়া আইচিচি এদিনীয়া ৰেংকিঙত (ICC ODI Rankings) ভাৰতীয় অপেনাৰ শুভমান গিলে ৪৫ টা স্থান জপিয়াই ৩৮ তম স্থানত উপনীত হৈছে। ২২ বছৰীয়া বেটছমেনজনে জিম্বাবোৱেৰ বিৰুদ্ধে শেহতীয়াকৈ সমাপ্ত এদিনীয়া শৃংখলাত (ZIM vs IND ODI Series) ভাল প্ৰদৰ্শন কৰিছিল। হাৰাৰেত খেলা অন্তিমখন এদিনীয়া খেলত তেওঁ এই ফৰ্মেটত প্ৰথম শতক (৯৭ বলত ১৩০ ৰাণ) সংগ্ৰহ কৰিছিল।

পঞ্জাৱৰ পৰা অহা যুৱ বেটছমেন শুভমান গিলক জিম্বাবোৱে ভ্ৰমণত শৃংখলাৰ খেলুৱৈ হিচাপে মনোনীত কৰা হৈছিল। ইফালে, ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে ৭৪৪ ৰেটিং পইণ্টৰ সৈতে পঞ্চম স্থানত আছে। তেওঁক জিম্বাবোৱে ভ্ৰমণৰ পৰা বিশ্ৰাম দিয়া হৈছিল। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাইও তেওঁৰ ষষ্ঠ স্থান বজাই ৰাখিছে। তেওঁ জিম্বাবোৱেৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে টীম ইণ্ডিয়াৰ অংশ নাছিল।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি