মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলখনৰ আগতে চেন্নাই চুপাৰ কিংছে এক বিপদৰ সন্মুখীন হৈছে। চিএছকেৰ অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা (Ravindra Jadeja out of IPL 2022) আঘাতৰ বাবে আই পি এল ২০২২ ৰ পৰা বাহিৰ হৈছে।

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলখনৰ আগতে চেন্নাই চুপাৰ কিংছে এক বিপদৰ সন্মুখীন হৈছে। চিএছকেৰ অভিজ্ঞ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা (Ravindra Jadeja out of IPL 2022) আঘাতৰ বাবে আই পি এল ২০২২ ৰ পৰা বাহিৰ হৈছে। চিএছকে ১২ মে'ত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দ্বাদশ খেল খেলিব। আই পি এলৰ এই ছিজনত, জাদেজা বেটিং, বলিং আৰু ফিল্ডিঙত শোচনীয়ভাৱে ফ্লপ হৈছে।
পিটিআইৰ মতে, জাদেজাৰ প্ৰস্থান চেন্নাই চুপাৰ কিংছৰ মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে নিশ্চিত কৰিছে। আই পি এলৰ ১৫ তম ছিজন আৰম্ভ হোৱাৰ আগতে, জাদেজাক চিএছকেৰ অধিনায়ক ঘোষণা কৰা হৈছিল। জাদেজাৰ অধিনায়কত্বত, চিএছকে একেৰাহে বহুতো মেচত পৰাজয়ৰ সন্মুখীন হৈছিল। অৱশ্যে, জাদেজাই পিছত মহেন্দ্ৰ সিং ধোনীক অধিনায়কত্ব অৰ্পণ কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|