CWG 2022; IND-W vs ENG-W: ভাৰতে কমনৱেলথ গেমছ ২০২২ ৰ মহিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত টীম ইণ্ডিয়াই আয়োজক ইংলেণ্ডক ৪ ৰাণত পৰাস্ত কৰে।
CWG 2022; IND-W vs ENG-W: ভাৰতে কমনৱেলথ গেমছ ২০২২ ৰ মহিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত টীম ইণ্ডিয়াই আয়োজক ইংলেণ্ডক ৪ ৰাণত পৰাস্ত কৰে।
ভাৰতে কমনৱেলথ গেমছ ২০২২ ৰ মহিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত টীম ইণ্ডিয়াই আয়োজক ইংলেণ্ডক ৪ ৰাণত পৰাস্ত কৰে।
প্ৰথমে বেটিং কৰি ভাৰতে ৫ টা উইকেট হেৰুৱাই ১৬৪ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই ৬১ ৰাণ সংগ্ৰহ কৰিছিল আৰু জেমিমা ৰড্ৰিগছে অপৰাজিত ৪৪ ৰাণ সংগ্ৰহ কৰিছিল। দীপ্তি শৰ্মা ২২ ৰাণত আউট হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডৰ দলটোৱে ৬ টা উইকেট হেৰুৱাই মাত্ৰ ১৬০ ৰাণহে সংগ্ৰহ কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|