ICC Player of the Month: শ্ৰীলংকাৰ খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে আইচিচি প্লেয়াৰ অফ দা মান্থ পুৰস্কাৰ লাভ কৰে ...

এঞ্জেলো মেথিউজক এটা সুন্দৰ ইনিংছৰ বাবে পুৰস্কৃত কৰা হৈছে। তেওঁক আইচিচিয়ে প্লেয়াৰ অফ দা মান্থ (ICC Player of the Month) পুৰস্কাৰ দিয়া হৈছে। তেওঁ এই পুৰস্কাৰ লাভ কৰা প্ৰথম শ্ৰীলংকাৰ খেলুৱৈ হৈ পৰিছে।