• Home
  • »
  • News
  • »
  • sports
  • »
  • CWG 2022 : কমনৱেল্থ গেমছৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমা দাসে

CWG 2022 : কমনৱেল্থ গেমছৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমা দাসে

মাত্ৰ ০.০১ ছেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই।

মাত্ৰ ০.০১ ছেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই।

মাত্ৰ ০.০১ ছেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই।

  • Share this:
কমনৱেল্থ গেমছৰ মহিলাৰ ২০০ মিটাৰৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে। দ্বিতীয় ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে হিমাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় যদিও মাত্ৰ ০.০১ ছেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই। আজি ৪০০ মিটাৰ ৰীলেত অংশগ্ৰহণ কৰিব হিমাই।
Published by:Sanjay Kumar Das
First published: