মাত্ৰ ০.০১ ছেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই।
মাত্ৰ ০.০১ ছেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই।
কমনৱেল্থ গেমছৰ মহিলাৰ ২০০ মিটাৰৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে। দ্বিতীয় ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে হিমাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় যদিও মাত্ৰ ০.০১ ছেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই। আজি ৪০০ মিটাৰ ৰীলেত অংশগ্ৰহণ কৰিব হিমাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|