SA VS BAN: বলাৰসকলে দক্ষিণ আফ্ৰিকাক ১৫৪ ৰাণত আউট কৰাত বেটছমেনসকলে কামটো সহজ কৰি তুলিছিল। অধিনায়ক তামিম ইকবাল আনজন অপেনাৰ লিটন দাসৰ সৈতে তেওঁ ১২৭ ৰাণৰ অবিশ্বাস্য যুটী আগবঢ়াই বাংলাদেশৰ বিজয় আৰু সহজ কৰিছিল।

বাকী আছিল মাত্ৰ আনুষ্ঠানিকতা। সেই আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ দায়িত্ব বেটছমেনসকলৰ ওপৰত। তেওঁলোকে কিমান মসৃণভাৱে তেওঁলোকৰ দায়িত্ব পালন কৰে সেয়া চাবলৈ বাকী আছিল। বলাৰসকলে দক্ষিণ আফ্ৰিকাক ১৫৪ ৰাণত আউট কৰাত বেটছমেনসকলে কামটো সহজ কৰি তুলিছিল।
অধিনায়ক তামিম ইকবাল আনজন অপেনাৰ লিটন দাসৰ সৈতে তেওঁ ১২৭ ৰাণৰ অবিশ্বাস্য যুটী আগবঢ়াই বাংলাদেশৰ বিজয় আৰু সহজ কৰিছিল। অৱশেষত লিটন আউট হয়, কিন্তু চাকিব আল হাছানৰ সৈতে বাংলাদেশৰ অধিনায়কজনে চেঞ্চুৰিয়ানৰ চুপাৰ স্পৰ্টছ পাৰ্কত খেলখন ৯ উইকেটত জয় লাভ কৰি ইতিহাস ৰচনা কৰে। বাংলাদেশ দলৰ ক্ৰিকেটাৰসকলে দক্ষিণ আফ্ৰিকাৰ দৰে মহাশক্তিৰ ঘৰলৈ গৈ তেওঁলোকৰ বিৰুদ্ধে এই প্ৰথম শৃংখলাটো জিকাৰ ইতিহাস সৃষ্টি কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|