মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Shiva Thapa : এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ২০২২ৰ ফাইনেলত অসমৰ শিৱ থাপা

Shiva Thapa : এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ২০২২ৰ ফাইনেলত অসমৰ শিৱ থাপা

অসম বক্সিং সন্থা আশাবাদী শিৱ থাপা আৰু লাভলিনা বৰগোহাঁইৰ স্বৰ্ণপদকৰ বাবে।

অসম বক্সিং সন্থা আশাবাদী শিৱ থাপা আৰু লাভলিনা বৰগোহাঁইৰ স্বৰ্ণপদকৰ বাবে।

অসম বক্সিং সন্থা আশাবাদী শিৱ থাপা আৰু লাভলিনা বৰগোহাঁইৰ স্বৰ্ণপদকৰ বাবে।

  • Share this:

জৰ্দানত পূৰ্ণগতিত চলি আছে এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ২০২২। এছিয়াৰ সৰ্বশ্ৰেষ্ঠ মহাযুদ্ধখনত অসমৰ তিনিগৰাকী বক্সাৰ ক্ৰমে শিৱ থাপা, লাভলিনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱে অংশগ্ৰহণ কৰিছিল।


ইয়াৰে অংকুশিতা বড়োৱে ছেমি ফাইনেলত পৰাজয়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে। আন দুগৰাকী বক্সাৰ শিৱ আৰু লাভলিনাৰ স্বৰ্ণপদকৰ আশা সজীৱ হৈ আছে। গেমছৰ ৬৩.৫ কেজি শাখাৰ আজিৰ ছেমিফাইনেলত শিৱ থাপাই তাজিকিস্তানৰ বাখদুৰ উচমনভৰক ৪–১ৰ ব্যৱধানত পৰাজয় কৰি ফাইনেলত প্ৰৱেশ কৰে। অসম বক্সিং সন্থা আশাবাদী শিৱ থাপা আৰু লাভলিনা বৰগোহাঁইৰ স্বৰ্ণপদকৰ বাবে।

শেহতীয়া বাতৰি