মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Assam Youth Olympics 2022 : অসম যুৱ অলিম্পিকৰ 'অলিম্পিক শিখা'ৰ শুভ উদ্বোধন, অসমৰ ৪৩০০ খেলুৱৈয়ে অংশ ল'ব খেলত

Assam Youth Olympics 2022 : অসম যুৱ অলিম্পিকৰ 'অলিম্পিক শিখা'ৰ শুভ উদ্বোধন, অসমৰ ৪৩০০ খেলুৱৈয়ে অংশ ল'ব খেলত

উদ্বোধন হোৱা অলিম্পিক শিখা লৈ যোৱা হ'ব ৰাজ‍্যৰ ১২খন ক্ৰীড়া জিলালৈ।

উদ্বোধন হোৱা অলিম্পিক শিখা লৈ যোৱা হ'ব ৰাজ‍্যৰ ১২খন ক্ৰীড়া জিলালৈ।

উদ্বোধন হোৱা অলিম্পিক শিখা লৈ যোৱা হ'ব ৰাজ‍্যৰ ১২খন ক্ৰীড়া জিলালৈ।

  • Share this:
আজি উদ্বোধন কৰা হয় অসম যুৱ অলিম্পিকৰ 'অলিম্পিক শিখা'। লগতে মুকলি কৰা হয় 'অসম যুৱ অলিম্পিক' ৰ শীৰ্ষ সংগীত। খেলৰ সময়সূচীও এই অনুষ্ঠানতে মুকলি কৰা হয় (Assam Youth Olympics)।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী বিমল বৰা,  বিধায়ক তৰংগ গগৈ, যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ লগতে বহুতো বিশিষ্ট ব্যক্তি।

উদ্বোধন হোৱা অলিম্পিক শিখা লৈ যোৱা হ'ব ৰাজ‍্যৰ ১২খন ক্ৰীড়া জিলালৈ। নেহৰু ষ্টেডিয়ামৰ পৰা পোনে পোনে গোৱালপাৰালৈ লৈ যোৱা হ'ব অগ্নিশিখা। অহা ২৩ জুলাইৰ পৰা গুৱাহাটীৰ ৭ স্থানত অনুষ্ঠিত হ'ব যুৱ অলিম্পিক। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব অসমৰ ৪৩০০ খেলুৱৈয়ে৷

শেহতীয়া বাতৰি