• Home
  • »
  • News
  • »
  • sports
  • »
  • CWG 2022 | বাৰ্মিংহামৰ পৰা হিমাই দিলে আশাৰ খবৰ, ২০০ মিটাৰ দৌৰত ছেমিত প্ৰৱেশ অসম কন্যাৰ

CWG 2022 | বাৰ্মিংহামৰ পৰা হিমাই দিলে আশাৰ খবৰ, ২০০ মিটাৰ দৌৰত ছেমিত প্ৰৱেশ অসম কন্যাৰ

২৩.৪২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমাই।

২৩.৪২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমাই।

২৩.৪২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমাই।

  • Share this:
বাৰ্মিংহামৰ পৰা আহিছে এক ভাল খবৰ। ধিং এক্সপ্ৰেছ হিমা দাসে কঢ়িয়াই আনিছে আশাৰ খবৰ। মহিলাৰ ২০০ মিটাৰ দৌৰৰ ছেমি পাইনেললৈ হিমা দাস। হিটছত প্ৰথম স্থানেৰে ছেমি ফাইনেলত প্ৰৱেশ হিমাৰ। ২৩.৪২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমাই।
Published by:Sanjay Kumar Das
First published: