২৩.৪২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমাই।
২৩.৪২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমাই।
বাৰ্মিংহামৰ পৰা আহিছে এক ভাল খবৰ। ধিং এক্সপ্ৰেছ হিমা দাসে কঢ়িয়াই আনিছে আশাৰ খবৰ। মহিলাৰ ২০০ মিটাৰ দৌৰৰ ছেমি পাইনেললৈ হিমা দাস। হিটছত প্ৰথম স্থানেৰে ছেমি ফাইনেলত প্ৰৱেশ হিমাৰ। ২৩.৪২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|