মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ সুখবৰ: অসমৰ হেমফু বংজাঙে "থাইলেণ্ড অপেন" কাৰাটেত লাভ কৰিছে স্বৰ্ণপদক ...

অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ সুখবৰ: অসমৰ হেমফু বংজাঙে "থাইলেণ্ড অপেন" কাৰাটেত লাভ কৰিছে স্বৰ্ণপদক ...

অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে সুখবৰ। অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হেমফু বংজাঙে উজলি উঠিছে থাইলেণ্ডত। থাইলেণ্ড অপেন কাৰাটেত স্বৰ্ণপদক লাভ কৰিছে অসমৰ হেমফু বংজাঙে।

  • Share this:

ব্যক্তিগত টাটা ইভেন্টত উজলি উঠিছে অসম সন্তান গৰাকী। থাইলেণ্ডৰ পৰা বাৰ্মিহামত উপস্থিত হ'ব হেমফু বংজাং। বাৰ্মিহামৰ কাৰাটে কমনৱেলথ গেমছত অংশ লব হেমফু বংজাঙে। উল্লেখযোগ্য যে পূৰ্বতেই হেমফু বংজাঙে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সফলতাৰে অসমলৈ যথেষ্ট সুনাম কঢ়িয়াই আনিছিল। হেমফুক অভিনন্দন জনাইছে অসমৰ ক্ৰীড়া সমাজে আৰু তেওঁৰ ভৱিষ্যত উজ্বল কামনা কৰিছে।

শেহতীয়া বাতৰি