মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Assam Girl in Indian Cricket : ভাৰতীয় মহিলা ক্ৰিকেটৰ ১৯ অনূৰ্ধ্ব দলত অসমৰ কিশোৰী

Assam Girl in Indian Cricket : ভাৰতীয় মহিলা ক্ৰিকেটৰ ১৯ অনূৰ্ধ্ব দলত অসমৰ কিশোৰী

দৰিদ্ৰ পৰিয়ালৰ কিশোৰী জিণ্টিক মঙলদৈ ক্ৰিয়া সন্থাৰ বিষয়ববীয়াসকলে আৰ্থিকভাৱে বহুত সহায় কৰে। 

দৰিদ্ৰ পৰিয়ালৰ কিশোৰী জিণ্টিক মঙলদৈ ক্ৰিয়া সন্থাৰ বিষয়ববীয়াসকলে আৰ্থিকভাৱে বহুত সহায় কৰে। 

দৰিদ্ৰ পৰিয়ালৰ কিশোৰী জিণ্টিক মঙলদৈ ক্ৰিয়া সন্থাৰ বিষয়ববীয়াসকলে আৰ্থিকভাৱে বহুত সহায় কৰে। 

  • Share this:

মঙলদৈৰ কিশোৰীয়ে স্থান পালে ভাৰতীয় মহিলা ক্ৰিকেটৰ ১৯ অনূৰ্ধ্ব দলত। জিণ্টিমণি কলিতাই মঙলদৈ ষ্টেডিয়ামত কিশোৰসকলৰ লগত অনুশীলন কৰি আজি এই সফলতা লাভ কৰে।


প্ৰথমে জিলা দলত স্থান লাভ কৰি সফলতাৰে খেলি অসম দলক প্ৰতিনিধিত্ব কৰে তেওঁ।তাৰ পিছতে ১৯ অনূৰ্ধ্ব ভাৰতীয় মহিলা দলত স্থান পাবলৈ সক্ষম হয়।


দৰিদ্ৰ পৰিয়ালৰ কিশোৰী জিণ্টিক মঙলদৈ ক্ৰিয়া সন্থাৰ বিষয়ববীয়াসকলে আৰ্থিকভাৱে বহুত সহায় কৰে।


তেওঁৰ সফলতাত আনন্দিত পিতৃ নকুল কলিতা আৰু মাতৃ মামণ কলিতা। ইয়াৰ উপৰি জিণ্টিৰ সৈতে অনুশীলন কৰা আৰু খেলা খেলুৱৈসকলো তেওঁৰ সফলতাত আনন্দিত।

শেহতীয়া বাতৰি