মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »দেশবাসীলৈ সুখবৰ! এছিয়ান বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন লাভলীনা বৰগোঁহাইৰ

দেশবাসীলৈ সুখবৰ! এছিয়ান বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন লাভলীনা বৰগোঁহাইৰ

মহিলা বক্সিঙৰ ৭৫ কেজি শাখাত লাভলীনা বৰগোঁহাইয়ে স্বৰ্ণ পদক লাভ কৰে।

মহিলা বক্সিঙৰ ৭৫ কেজি শাখাত লাভলীনা বৰগোঁহাইয়ে স্বৰ্ণ পদক লাভ কৰে।

মহিলা বক্সিঙৰ ৭৫ কেজি শাখাত লাভলীনা বৰগোঁহাইয়ে স্বৰ্ণ পদক লাভ কৰে। ফাইনেলত উজবেকিস্তানৰ ৰুজমেট’ভা শ্বুখিবাৰ বিৰুদ্ধে ৫-০ ব্যৱধানত জয়ী হয় লাভলিনা বৰগোঁহাই।

  • Share this:
২০২২ বৰ্ষৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত দুৰ্দান্ত প্ৰদৰ্শনৰে অসম তথা দেশবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে লাভলীনা বৰগোঁহাইয়ে।



উল্লেখযোগ্য যে, মহিলা বক্সিঙৰ ৭৫ কেজি শাখাত লাভলীনা বৰগোঁহাইয়ে স্বৰ্ণ পদক লাভ কৰে। ফাইনেলত উজবেকিস্তানৰ ৰুজমেট’ভা শ্বুখিবাৰ বিৰুদ্ধে ৫-০ ব্যৱধানত জয়ী হয় লাভলিনা বৰগোঁহাই।



জৰ্ডানৰ আমানত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। লাভলীনাৰ এই সফলতাত ৰাজ্যবাসীৰ লগতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশবাসী।

উল্লেখযোগ্য যে, ভাৰতীয় মহিলা বক্সাৰ ছুইটী আৰু পাৰবিনেও আন আন শাখাত সোণৰ পদক লাভ কৰে।

শেহতীয়া বাতৰি