মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Asia Cup 2022: ভাৰত-পাকিস্তানৰ মহাৰণত শেষ হাঁহি মাৰিলে ভাৰতে, হাৰ্দিকৰ অলৰাউণ্ড প্ৰদৰ্শন ...

Asia Cup 2022: ভাৰত-পাকিস্তানৰ মহাৰণত শেষ হাঁহি মাৰিলে ভাৰতে, হাৰ্দিকৰ অলৰাউণ্ড প্ৰদৰ্শন ...

Asia Cupত জয়েৰে অভিযান আৰম্ভ কৰিছে ভাৰতে। প্ৰথম খেলত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিলে ভাৰতে।

Asia Cupত জয়েৰে অভিযান আৰম্ভ কৰিছে ভাৰতে। প্ৰথম খেলত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিলে ভাৰতে।

  • Share this:
Asia Cupত জয়েৰে অভিযান আৰম্ভ কৰিছে ভাৰতে। প্ৰথম খেলত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰিলে ভাৰতে।

প্ৰথমে বেট ধৰি পাকিস্তানে ১৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৪৭ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ ৰিজৱানে সৰ্বাধিক ৪৩ ৰান কৰে। ভাৰতৰ হৈ ভূৱনেশ্বৰ কুমাৰে ৪টা আৰু হাৰ্দিকে ৩টা উইকেট দখল কৰে।

প্ৰত্যুত্তৰত ভাৰতে অন্তিম অভাৰত ২টা বল বাকী থকা অৱস্থাত ৫টা উইকেট হেৰুৱাই বিজয়লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজা আৰু হাৰ্দিক পাণ্ডিয়াই শেষৰফালে সুন্দৰ বেটিং কৰে।

শেহতীয়া বাতৰি