মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »উছেইন বল্টতকৈও বেগী, মাত্ৰ ৯.৫৫ ছেকেণ্ডতে ১০০ মিটাৰ দৌৰিলে কৰ্ণাটকৰ যুৱকে, চাওক Video

উছেইন বল্টতকৈও বেগী, মাত্ৰ ৯.৫৫ ছেকেণ্ডতে ১০০ মিটাৰ দৌৰিলে কৰ্ণাটকৰ যুৱকে, চাওক Video

যুৱকজনলৈ সঁহাৰি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ

যুৱকজনলৈ সঁহাৰি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ

  • Share this:
যুৱকজনৰ নাম শ্ৰীনিৱাস গৌড়া। ২৮ বছৰীয়া যুৱকজনে উছেইন বল্টতকৈও বেগেৰে দৌৰিব পাৰে। কৰ্ণাটকত আয়োজন কৰা ‘কাম্বালা’(ম’হ দৌৰ)ত মাত্ৰ ৯.৫৫ ছেকেণ্ডতে ১০০ মিটাৰ অতিক্ৰম কৰি ভংগ কৰিছে উছেইন বল্টৰ অভিলেখ। উছেইন বল্টে ১০০ মিটাৰ অতিক্ৰম কৰিছিল ৯.৫৮ ছেকেণ্ডত। শ্ৰীনিৱাস গৌড়াৰ দৌৰৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত সঁহাৰি জনাইছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে। যুৱকজনৰ দৌৰ চাব বিচাৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।


শেহতীয়া বাতৰি