உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Virat Kohli Daughter Vamika : বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ কন্যা ভামিকাৰ ফটো ভাইৰেল, অনুৰাগীৰ ক্ষোভ

    Virat Kohli Daughter Vamika : বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ কন্যা ভামিকাৰ ফটো ভাইৰেল, অনুৰাগীৰ ক্ষোভ

    বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ ফালৰ পৰা আৰম্ভণিতে অনুৰোধ আছিল যে তেওঁলোকৰ কন্যাক এতিয়া ছচিয়েল মিডিয়াৰ বিশ্বৰ পৰা দূৰত ৰাখিব বিচাৰে, যেতিয়ালৈ ভামিকাই নিজেই এই বস্তুবোৰ বুজিব পৰা নহয়।

    • Share this:
    ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তৃতীয় এদিনীয়া চলি আছিল। টীম ইণ্ডিয়াই প্ৰথমে বলিং কৰি আছে, দক্ষিণ আফ্ৰিকা দলৰ ইনিংছৰ সময়তে টিভিৰ কেমেৰাত আবদ্ধ হ’ল বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ কন্যা ভামিকাৰ দৃশ্য। বিৰাট কোহলীৰ কন্যা ভামিকা প্ৰথমবাৰলৈ ধৰা পৰিল কেমেৰাত। খেল চলি থকাৰ সময়তে ভামিকাক কোলাত লৈ ষ্টেণ্ডছত থিয় হৈ খেল চাই থকা অনুষ্কা শৰ্মালৈ ঘূৰোৱা হৈছিল কেমেৰা। প্ৰায় ১০ ছেকেণ্ডৰ বাবে সকলোৱে দেখিলে বিৰাট কোহলীৰ কন্যাক। এই ঘটনাক লৈ ছচিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰিছে একাংশ অনুৰাগীয়ে।

    বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ ফালৰ পৰা আৰম্ভণিতে অনুৰোধ আছিল যে তেওঁলোকৰ কন্যাক এতিয়া ছচিয়েল মিডিয়াৰ বিশ্বৰ পৰা দূৰত ৰাখিব বিচাৰে, যেতিয়ালৈ ভামিকাই নিজেই এই বস্তুবোৰ বুজিব পৰা নহয়।

    পূৰ্বে অনুৰোধ কৰাৰ পিছতো কিয় ভামিকাৰ কেমেৰাত আবদ্ধ কৰা হ’ল তাক লৈ প্ৰশ্ন তুলিছে বিভিন্নজনে। বিৰাট–অনুষ্কাৰ অনুমতি অবিহনে এইদৰে তেওঁলোকৰ সন্তানৰ দৃশ্য কেমেৰাত আবদ্ধ কৰা কাৰ্যতো ক্ষোভ প্ৰকাশ কৰিছে অনুৰাগীয়ে। এয়া তেওঁলোকৰ গোপনীয়তাক অসন্মান কৰাৰ দৰে ঘটনা বুলিও কয় একাংশই।

    উল্লেখযোগ্য যে বিৰাট কোহলী–অনুষ্কা শৰ্মাৰ কন্যা ভামিকা জানুৱাৰীত এবছৰীয়া হ’ল। টীম ইণ্ডিয়াই যেতিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচ খেলি আছিল, তেতিয়াই ভামিকাৰ জন্মদিন পালন কৰা হৈছিল। যাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল।
    Published by:Sanjay Kumar Das
    First published: