• Home
  • »
  • News
  • »
  • sports
  • »
  • পদক নাপালেও গ্ৰেট ব্ৰিটেইনৰ ভূমিত অসমীয়াৰ শক্তি দেখুওৱা হিমা দাসে ক'লে- মোৰ লক্ষ্য পেৰিছ অলিম্পিক গেমছ ...

পদক নাপালেও গ্ৰেট ব্ৰিটেইনৰ ভূমিত অসমীয়াৰ শক্তি দেখুওৱা হিমা দাসে ক'লে- মোৰ লক্ষ্য পেৰিছ অলিম্পিক গেমছ ...

ভাৰতবৰ্ষৰ তাৰকা স্পৃন্টাৰ "ধিং এক্সপ্ৰেছ" হিমা দাস। খেলুৱৈ জীৱনৰ ক্ৰমাগত দ্বিতীয় খন কমনৱেলথ গেমছত অংশ গ্ৰহনৰ পিছত বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হয় হিমা দাস।

  • Share this:
ভাৰতবৰ্ষৰ তাৰকা স্পৃন্টাৰ "ধিং এক্সপ্ৰেছ" হিমা দাস। খেলুৱৈ জীৱনৰ ক্ৰমাগত দ্বিতীয় খন কমনৱেলথ গেমছত অংশ গ্ৰহনৰ পিছত বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হয় হিমা দাস। বাৰ্মিহামত মহিলাৰ ২০০ মিটাৰ ইভেন্টত ছেমি ফাইনেলত সুন্দৰ প্ৰদৰ্শনেৰে ইতিহাস সৃষ্টি কৰিছিল হিমা দাসে। মাইক্ৰো ছেকেন্ডৰ বাবে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও হিমাই গ্ৰেট ব্ৰিটেইনৰ ভূমিত দেখুৱাই দিছিলে অসমীয়াৰ শক্তি। হিমাই মহিলাৰ ২০০ মিটাৰত দশম স্থান লাভ কৰিছিল। উল্লেখযোগ্য হিমা দাসৰ এইবাৰৰ কমনৱেলথ গেমছখন হ'ল ক্ৰমাগত দ্বিতীয়বাৰৰ কমনৱেলথ গেমছ। ইয়াৰ পূৰ্বে ২০১৮ চনৰ অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টত অনুষ্ঠিত একবিংশতিতম কমনৱেলথ গেমছত অংশ লৈ ষষ্ঠ স্থান লাভ কৰিছিল। বাৰ্মিহামৰ পৰা উভতি আহিয়েই বৃহস্পতিবাৰে তাজত হিমা দাসে সম্বোধন কৰিছিল অসম এথলেটিকছ সন্থাই আয়োজন কৰা সংবাদ মেলৰ। সংবাদ মেলত অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোৱৰো উপস্থিত আছিল। সংবাদ মেলৰ পিছতে নিউজ১৮ ৰে সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত হিমা দাসে কয় যে তেওঁৰ পৰৱৰ্তী লক্ষ্য হল ২০২৪ চনৰ পেৰিছ অলিম্পিক, লগতে হিমাই পদৰ লাভৰ চেষ্টা চলাব ২০২৩ চনৰ হংজাওৰ এছিয়ান গেমছতো।
Published by:Kokil Sarma
First published: