IPL Auction 2022: আই পি এলৰ নিলামত এই পৰ্যন্ত ৯জন খেলুৱৈৰ নিলাম দৰ ১০ কোটিৰ ওপৰলৈ গৈছে।
IPL Auction 2022: আই পি এলৰ নিলামত এই পৰ্যন্ত ৯জন খেলুৱৈৰ নিলাম দৰ ১০ কোটিৰ ওপৰলৈ গৈছে।
IPL Auction 2022: আই পি এলৰ নিলামত এই পৰ্যন্ত ৯জন খেলুৱৈৰ নিলাম দৰ ১০ কোটিৰ ওপৰলৈ গৈছে। চাও আহক এতিয়ালৈ টপ টেনত থকা ক্ৰিকেটাৰ কোন কোন-
- ঈশান কিষাণক ১৫.২৫ কোটি টকাত কিনিলে মুম্বাই ইণ্ডিয়ানছে।
- দীপক চাহাৰক ১৪ কোটিত কিনিলে চেন্নাই ছুপাৰ কিংছে।
- শ্ৰেয়াছ আয়াৰ ১২.২৫ কোটি টকাত নিলাম, কিনিলে কলকাতা নাইটা ৰাইডাৰ্ছে।
- শ্বাৰ্দুল ঠাকুৰক ১০.৭৫ কোটি টকাত কিনিলে দিল্লী কেপিটেলছে।
- ১০ কোটি ৭৫ লাখ টকাত ৱানিন্দু হাছাৰাংগাক কিনিলে আৰচিবিয়ে।
- ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পুৰাণক ১০.৭৫ কোটি টকাত কিনিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে।
- ১০ কোটি ৭৫ লাখ টকাত বেংগালুৰুলৈ উভতিল হৰ্ষল পেটেল।
- নিউজীলেণ্ডৰ লকী ফাৰ্গুছনক ১০ কোটিত কিনিলে গুজৰাট টাইটানছে।
- ভাৰতৰ বলাৰ প্ৰসিদ্ধ কৃষ্ঞক ১০ কোটিত কিনিলে ৰাজস্থান ৰয়েলছে।
- দক্ষিণ আফ্ৰিকাৰ বলাৰ কাগিচো ৰাবাডাক কলকাতা নাইট ৰাইডাৰ্ছে কিনিলে ৯.২৫ কোটি টকাত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|