உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL Auction 2022: আজিৰ IPL নিলামত টপ টেন খেলুৱৈ কোন কোন, ১০ কোটিৰ ওপৰত কোন কোন হ'ল নিলাম?

    IPL Auction 2022: আজিৰ IPL নিলামত টপ টেন খেলুৱৈ কোন কোন, ১০ কোটিৰ ওপৰত কোন কোন হ'ল নিলাম?

    IPL Auction 2022: আই পি এলৰ নিলামত এই পৰ্যন্ত ৯জন খেলুৱৈৰ নিলাম দৰ ১০ কোটিৰ ওপৰলৈ গৈছে।

    IPL Auction 2022: আই পি এলৰ নিলামত এই পৰ্যন্ত ৯জন খেলুৱৈৰ নিলাম দৰ ১০ কোটিৰ ওপৰলৈ গৈছে।

    IPL Auction 2022: আই পি এলৰ নিলামত এই পৰ্যন্ত ৯জন খেলুৱৈৰ নিলাম দৰ ১০ কোটিৰ ওপৰলৈ গৈছে।

    • Share this:
    IPL Auction 2022: আই পি এলৰ নিলামত এই পৰ্যন্ত ৯জন খেলুৱৈৰ নিলাম দৰ ১০ কোটিৰ ওপৰলৈ গৈছে। চাও আহক এতিয়ালৈ টপ টেনত থকা ক্ৰিকেটাৰ কোন কোন-

    1. ঈশান কিষাণক ১৫.২৫ কোটি টকাত কিনিলে মুম্বাই ইণ্ডিয়ানছে।

    2. দীপক চাহাৰক ১৪ কোটিত কিনিলে চেন্নাই ছুপাৰ কিংছে।

    3. শ্ৰেয়াছ আয়াৰ ১২.২৫ কোটি টকাত নিলাম, কিনিলে কলকাতা নাইটা ৰাইডাৰ্ছে।

    4. শ্বাৰ্দুল ঠাকুৰক ১০.৭৫ কোটি টকাত কিনিলে দিল্লী কেপিটেলছে।

    5. ১০ কোটি ৭৫ লাখ টকাত ৱানিন্দু হাছাৰাংগাক কিনিলে আৰচিবিয়ে।

    6. ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পুৰাণক ১০.৭৫ কোটি টকাত কিনিলে ছানৰাইজাৰ্ছ হায়দৰাবাদে।

    7. ১০ কোটি ৭৫ লাখ টকাত বেংগালুৰুলৈ উভতিল হৰ্ষল পেটেল।

    8. নিউজীলেণ্ডৰ লকী ফাৰ্গুছনক ১০ কোটিত কিনিলে গুজৰাট টাইটানছে।

    9. ভাৰতৰ বলাৰ প্ৰসিদ্ধ কৃষ্ঞক ১০ কোটিত কিনিলে ৰাজস্থান ৰয়েলছে।

    10. দক্ষিণ আফ্ৰিকাৰ বলাৰ কাগিচো ৰাবাডাক কলকাতা নাইট ৰাইডাৰ্ছে কিনিলে ৯.২৫ কোটি টকাত।

    Published by:Manjumoni Borah
    First published: