মুখ্যপৃষ্ঠা »খবৰ »শোণিতপুৰ »দুই অসমীয়াই কাঞ্চনজংঘাত উৰুৱালে গামোচা আৰু ত্ৰিৰংগা

দুই অসমীয়াই কাঞ্চনজংঘাত উৰুৱালে গামোচা আৰু ত্ৰিৰংগা

বৃহস্পতিবাৰে পুৱা ৭ বাজি ১৫ মিনিটত দুই অসম সন্তান তথা পৰ্বত আৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কাঞ্চনজংঘাত উপস্থিত হৈ গামোচা আৰু ত্ৰিৰংগা উৰুৱাই পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে অসমীয়াক । 

  • Share this:
তেজপুৰ, ২৫ মে': পুনৰ দুই অসমীয়াই ৰচিলে ইতিহাস৷ দুই অসমীয়া পৰ্বত আৰোহীয়ে তৃতীয় সৰ্বোচ্চ পৰ্বত শৃংগ কাঞ্চনজংঘাত (Kanchenjunga) উৰুৱালে ত্ৰিৰংগা আৰু অসমীয়াৰ স্বাভিমানৰ গামোচা৷

বৃহস্পতিবাৰে পুৱা ৭ বাজি ১৫ মিনিটত দুই অসম সন্তান তথা পৰ্বতাৰোহী ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কাঞ্চনজংঘাত উপস্থিত হৈ গামোচা আৰু ত্ৰিৰংগা উৰুৱাই পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে অসমীয়াক।

উল্লেখ্য যে, অসম পৰ্বত আৰোহী সংস্থাৰ এই দুই সদস্যই কাঞ্চনজংঘা আৰোহন কৰি উত্তৰ-পূবৰ ভিতৰতে ইতিহাস ৰচিবলৈ সক্ষম হ'ল৷ ইয়াৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা কোনো লোকে কাঞ্চনজংঘা আৰোহন কৰাৰ নজিৰ নাই৷

ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথৰ শলাগ লৈ এক টুইটযোগে অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

তোমাৰ চহৰৰ পৰা(Sonitpur)

শেহতীয়া বাতৰি