• Home
  • »
  • News
  • »
  • shillong
  • »
  • দৌৰি দৌৰি ভাগৰি নপৰে ৩৩ টা নাতি-নাতিনীৰ আইতা আৰু ১২ টা সন্তানৰ মাতৃ এইগৰাকী মহিলা ! শ্বিলঙৰ এইগৰাকী মহিলা দৌৰবিদে ৭৩ বছৰ বয়সতো দিছে চমক...

দৌৰি দৌৰি ভাগৰি নপৰে ৩৩ টা নাতি-নাতিনীৰ আইতা আৰু ১২ টা সন্তানৰ মাতৃ এইগৰাকী মহিলা ! শ্বিলঙৰ এইগৰাকী মহিলা দৌৰবিদে ৭৩ বছৰ বয়সতো দিছে চমক...

ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ দীৰ্ঘ দূৰত্বৰ মহিলা দৌৰবীদ সকলৰ মাজৰ অন্যতম মেঘালয়ৰ ৭৩ বছৰীয়া মহিলা কেমইন ৱাহলাং। কেমইন ৱাহলাঙে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দৌৰি ইতিমধ্যে বহু অভিলেখ স্থাপন কৰিছে।

  • Share this:
ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ দীৰ্ঘ দূৰত্বৰ মহিলা দৌৰবীদ সকলৰ মাজৰ অন্যতম মেঘালয়ৰ ৭৩ বছৰীয়া মহিলা কেমইন ৱাহলাং। কেমইন ৱাহলাঙে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত দৌৰি ইতিমধ্যে বহু অভিলেখ স্থাপন কৰিছে।

১২ টা সন্তানৰ মাতৃ তথা ৩০ টা নাতি নাতিনীৰ আইতা কেমইন ৱাহলাঙে ৭৩ বছৰ বয়সতো দৌৰি দৌৰি কেতিয়াও ভাগৰি নপৰে। দুবছৰ পূৰ্বে কেমইন ৱাহলাংয়ে মুম্বাইৰ টাটা মুম্বাই মাৰাথানত ৪২.১৯৫ কিলোমিটাৰ দূৰত্ব মাত্ৰ ৪ ঘন্টা ৩৩ মিনিট ৫৫ ছেকেন্ডতে সম্পূৰ্ণ কৰি ৫২০ গৰাকী প্ৰবীন মহিলাৰ মাজত ৮৯ নং স্থান লাভ কৰে। উক্ত প্ৰতিযোগিতাত ঘন্টাত ৯ কিলোমিটাৰ স্পীডত দৌৰিছিল কেমইন ৱাহলাঙে। উল্লেখযোগ্য যে ২০০১ চনত দ্বাদশ সন্তানটো জম্ম দিয়াৰ সময়ত পেটত সাংঘাতিক বিষ অনুভৱ কৰা কেমইন ৱাহলাঙে তেতিয়াৰ পৰাই নিয়মিত খোজকাঢ়িব লৈছিল। তেনেদৰেই খোজকাঢ়ি আৰু দৌৰি অনুশীলন কৰি দীৰ্ঘ দূৰত্বৰ প্ৰবীন মাৰাথানত অংশ লব পৰা হৈছিল কেমইন ৱাহলাং। শ্বিলঙৰ ৭৩ বছৰীয়া বৃদ্ধ মহিলা খেলুৱৈ কেমইন ৱাহলাঙে মুম্বাইৰ টাটা মুম্বাই মাৰথানৰ পূৰ্বে Mawkyrwat Ultra Marathon ত ৪৫ কিলোমিটাৰ দৌৰি নিজকে প্ৰমাণ কৰিছিল।
Published by:Kokil Sarma
First published: