• Home
  • »
  • News
  • »
  • shillong
  • »
  • Heavy Rainfall and Landslide: মেঘালয়ত অসম, ত্ৰিপুৰা আৰু মিজোৰামক সংযোগ কৰা পথৰ এটা অংশত ভংয়কৰ ভূমিস্খলন ! পথৰ ফাঁটত সোমাই পৰিছে ট্ৰাক, চাৰিচকীয়া বাহন ...

Heavy Rainfall and Landslide: মেঘালয়ত অসম, ত্ৰিপুৰা আৰু মিজোৰামক সংযোগ কৰা পথৰ এটা অংশত ভংয়কৰ ভূমিস্খলন ! পথৰ ফাঁটত সোমাই পৰিছে ট্ৰাক, চাৰিচকীয়া বাহন ...

এয়া মেঘালয়ৰ দৃশ্য। দক্ষিণ অসম, ত্ৰিপুৰা আৰু মিজোৰামক সংযোগ কৰা পথৰ এটা অংশ পাহাৰৰ পৰা নামি অহা পানীয়ে এনেদৰে খান্দি পেলাইছে। পথটোৰ এটা ফাল পৰিবহনৰ বাবে বন্ধ হৈ গৈছে।

  • Share this:
এয়া মেঘালয়ৰ দৃশ্য। দক্ষিণ অসম, ত্ৰিপুৰা আৰু মিজোৰামক সংযোগ কৰা পথৰ এটা অংশ পাহাৰৰ পৰা নামি অহা পানীয়ে এনেদৰে খান্দি পেলাইছে। পথটোৰ এটা ফাল পৰিবহনৰ বাবে বন্ধ হৈ গৈছে। আন এটা ফালেৰে কেৱল সীমিত বাহন চলাচলৰ অনুমতি দিয়া হৈছে।

ধাৰাসাৰ বৰষুণৰ ফলত, লুমশ্নং আৰক্ষী থানাৰ অধীনৰ NH 06-ৰ পথৰ কিছু অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, আৰু গধুৰ মটৰ বাহন (ট্ৰাক, বাছ) পাৰ হ'বলৈ অক্ষম হ'ব আৰু সেয়েহে যাত্ৰীসকলক এই পথটো নল'বলৈ পৰামৰ্শ দিয়া হৈছে। স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে দ্ৰুত প্ৰয়োজনীয় পদক্ষেপৰ বাবে সংশ্লিষ্ট বিভাগসমূহক অৱগত কৰা হৈছে। আৱদ্ধ যাত্ৰী আৰু চালকসকলক প্ৰয়োজনীয় সহায় প্ৰদান কৰা হৈছে।

ভূমিস্খলনৰ পিছত পথৰ ফাঁকত এনেদৰে সোমাই পৰিছে চাৰিচকীয়া বাহন আৰু ট্ৰাক।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি