• Home
  • »
  • News
  • »
  • shillong
  • »
  • Mukul Sangma Joins TMC : ১২ সতীৰ্থসহ তৃণমূল কংগ্ৰেছত যোগ দিলে মুকুল চাংমাই, মেঘালয়ত TMCৰ খেলা আৰম্ভ

Mukul Sangma Joins TMC : ১২ সতীৰ্থসহ তৃণমূল কংগ্ৰেছত যোগ দিলে মুকুল চাংমাই, মেঘালয়ত TMCৰ খেলা আৰম্ভ

fle image

fle image

Mukul Sangma Joins TMC : মেঘালয় বিধানসভাৰ অধ্যক্ষ লৈও পত্ৰ প্ৰেৰণ বিৰোধী দলপতি তথা প্ৰাক্তন মন্ত্ৰী মুকুল চাংমাৰ

  • Share this:
Latest News in Assamese - ১২ সতীৰ্থসহ তৃণমূল কংগ্ৰেছ (TMC)ত যোগ দিলে মেঘালয়ৰ প্ৰক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা মুকুল চাংমা (Mukul Sangma)ই।

মেঘালয়ৰ বিৰোধী কংগ্ৰেছ (Meghalaya Congress)ত মোক্ষম আঘাত হানি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মেঘালয় বিধানসভাৰ বিৰোধী দলপতি মুকুল চাংমাই সৰ্তীথ ১২ বিধায়কসহ দল ত্যাগৰ পত্ৰ প্ৰেৰণ কৰিলে কংগ্ৰেছ হাইকমাণ্ডলৈ ৷ সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ (TMC)ক সমৰ্থন কৰাৰ দাবী ৷

মেঘালয় বিধানসভাৰ অধ্যক্ষ লৈও পত্ৰ প্ৰেৰণ বিৰোধী দলপতি তথা প্ৰাক্তন মন্ত্ৰী মুকুল চাংমাৰ ৷

কংগ্ৰেছ হাইকমাণ্ডে দলত ৰাখিবলৈ চেষ্টা কৰিছিল যদিও অৱশেষত তৃণমূলত যোগদান কৰিলে মুকুল চাংমাই। ৩ দিন পূৰ্বে মুকুল চাংমাই Congress নেতা বেণুগোপালক লগ কৰিছিল। TMCয়ে বহু পূৰ্বৰে পৰা মুকুল চাংমাক টাৰ্গেট কৰি আছিল। ইয়াৰ লগে লগে ত্ৰিপুৰাৰ পিছত মেঘালয়তো মমতা বেনাৰ্জী নেতৃত্বাধীন TMCৰ খেলা আৰম্ভ হৈ গ'ল।
Published by:Manjumoni Borah
First published: