உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • shillong
    • »
    • Assam-Meghalaya Border Issue: অসম-মেঘালয়ৰ মাজত চুক্তি সম্পন্ন, অচিৰেই দুই ৰাজ্যৰ সীমান্তত হ'ব শান্তি স্থাপন

    Assam-Meghalaya Border Issue: অসম-মেঘালয়ৰ মাজত চুক্তি সম্পন্ন, অচিৰেই দুই ৰাজ্যৰ সীমান্তত হ'ব শান্তি স্থাপন

    binary comment

    binary comment

    Assam-Meghalaya Border Issue: দুয়োখন ৰাজ্যৰ মাজত চলি অহা সীমাবিবাদ চিৰদিনলৈ সমাধান কৰাৰ স্বাৰ্থত স্বাক্ষৰ কৰা হয় এই চুক্তি।

    • Share this:
    ৫০ বছৰ পুৰণি অমীমাংসিত সীমা বিবাদ সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্রী  হিমন্ত বিশ্ব শৰ্মা (Himanta Bisw Sarma) আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা (Conrad Sangma)ই মঙলবাৰে দিল্লীত এক চুক্তি স্বাক্ষৰ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah)ৰ উপস্থিতিত নতুন দিল্লীত এই চুক্তি স্বাক্ষৰিত হয়।

    দুয়োখন ৰাজ্যৰ মাজত চলি অহা সীমাবিবাদ চিৰদিনলৈ সমাধান কৰাৰ স্বাৰ্থত স্বাক্ষৰ কৰা হয় এই চুক্তি।



    অসম আৰু মেঘালয়ৰ মাজত মতবিৰোধ থকা ১২টা ক্ষেত্ৰৰ ভিতৰত ছয়টাত ইতিমধ্যে সমাধানসূত্ৰ উলিওৱা হৈছে আৰু ছয়টাত এতিয়াও কঠোৰ বিবাদ চলি আছে। এই চুক্তিৰ পিছত ৬-৭ মাহৰ ভিতৰত বাকী থকা সমস্যাখিনিও সমাধান কৰিব পৰা যাব বুলি আশা কৰা হৈছে।
    Published by:Manjumoni Borah
    First published: