
Go Airৰ A320 বিমানৰ দ্বিতীয় ইঞ্জিনত কাৰিকৰী বিজুতিৰ বাবে দিল্লীলৈ পৰিৱৰ্তন কৰিব লগা হৈছিল এখন বিমান। ফ্লাইট VT-WGA G8-386 মুম্বাইৰ পৰা লেহলৈ উৰা মাৰিছিল।
Go Airৰ A320 বিমানৰ দ্বিতীয় ইঞ্জিনত কাৰিকৰী বিজুতিৰ বাবে দিল্লীলৈ পৰিৱৰ্তন কৰিব লগা হৈছিল এখন বিমান। ফ্লাইট VT-WGA G8-386 মুম্বাইৰ পৰা লেহলৈ উৰা মাৰিছিল।
Go Airৰ A320 বিমানৰ দ্বিতীয় ইঞ্জিনত কাৰিকৰী বিজুতিৰ বাবে দিল্লীলৈ পৰিৱৰ্তন কৰিব লগা হৈছিল এখন বিমান। ফ্লাইট VT-WGA G8-386 মুম্বাইৰ পৰা লেহলৈ উৰা মাৰিছিল। শ্ৰীনগৰৰ পৰা দিল্লীলৈ উৰা মাৰি থকা VT-WG G8-6202 নামৰ আন এখন গো এয়াৰ বিমান ইঞ্জিনৰ অভাৰলিমিতৰ বাবে দিল্লী বিমানবন্দৰত অৱতৰণ কৰিব লগা হৈছিল। ডিজিচিএয়ে এই তথ্য দিছে।
ইয়াৰ পূৰ্বে ৫ জুলাইত দিল্লীৰ পৰা পাটনালৈ যোৱা গ'এয়াৰবিমানখনত কাৰিকৰী বিজুতি হৈছিল, যাৰ বাবে বিমানখন দুপৰীয়া ১.৫০ বজাত পাটনা পোৱাৰ পিছতো বিমানবন্দৰত অৱতৰণ কৰিব পৰা নাছিল। কেপ্টেইনজনে বিমানখন পাটনা বিমানবন্দৰত অৱতৰণ কৰিবলৈ অস্বীকাৰ কৰে, যাৰ ফলত বিমানখন দিল্লীলৈ ঘূৰাই অনা হয়। দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত, যাত্ৰীসকলক আন এখন বিমানেৰে পাটনালৈ প্ৰেৰণ কৰা হৈছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|