• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • দিল্লীত তাপ প্ৰবাহ: চলিত বছৰত প্ৰথমবাৰৰ বাবে এপ্ৰিলৰ প্ৰথম সপ্তাহত ৪২ ডিগ্ৰী অতিক্ৰম ...

দিল্লীত তাপ প্ৰবাহ: চলিত বছৰত প্ৰথমবাৰৰ বাবে এপ্ৰিলৰ প্ৰথম সপ্তাহত ৪২ ডিগ্ৰী অতিক্ৰম ...

দিল্লীত বৃহস্পতিবাৰে তীব্ৰ তাপপ্ৰবাহ অনুভৱ হৈছে আৰু চফদৰজং পৰ্যৱেক্ষণালয়ে এই বছৰ প্ৰথমবাৰৰ বাবে সৰ্বাধিক ৪০ ডিগ্ৰী চেলচিয়াছতকৈ অধিক তাপমাত্ৰা নথিভুক্ত কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) এই তথ্য প্ৰদান কৰিছে।

  • Share this:
দিল্লীত বৃহস্পতিবাৰে তীব্ৰ তাপপ্ৰবাহ অনুভৱ হৈছে আৰু চফদৰজং পৰ্যৱেক্ষণালয়ে এই বছৰ প্ৰথমবাৰৰ বাবে সৰ্বাধিক ৪০ ডিগ্ৰী চেলচিয়াছতকৈ অধিক তাপমাত্ৰা নথিভুক্ত কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) এই তথ্য প্ৰদান কৰিছে। আইএমডিৰ তথ্য অনুসৰি, দিল্লীৰ এটা বতৰ কেন্দ্ৰৰ বাহিৰে সকলো ষ্টেচনত সৰ্বাধিক তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছতকৈ অধিক আছিল।

লোধি ৰোড, ৰিজ, মুংগেশপুৰ আৰু পীতাম্পুৰাই তীব্ৰ তাপ প্ৰবাহৰ পৰিস্থিতি অনুভৱ কৰিছে য'ত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ সাত ডিগ্ৰী অধিক আছিল। স্প'ৰ্টছ কম্প্লেক্স বতৰ কেন্দ্ৰই চহৰখনৰ সৰ্বোচ্চ তাপমাত্ৰা ৪২.৮ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰিছিল। আইএমডিয়ে কৈছে যে তাপ প্ৰবাহ আৰু তীব্ৰ হোৱাৰ সম্ভাৱনা আছে আৰু শনিবাৰৰ ভিতৰত চফদৰজং পৰ্যৱেক্ষণালয়ৰ সৰ্বাধিক তাপমাত্ৰাই ৪২ ডিগ্ৰী মাৰ্ক স্পৰ্শ কৰাৰ সম্ভাৱনা আছে। কমেও এসপ্তাহ প্ৰচণ্ড গৰমৰ পৰা কোনো সকাহ পোৱাৰ আশা নাই যেন লাগিছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি