• Home
  • »
  • News
  • »
  • new-delhi
  • »
  • আজি দিল্লীলৈ ৰাওনা হ’ব সৰ্বানন্দ সোণোৱাল। কি হ’ব সোণোৱালৰ পৰৱৰ্তি দায়িত্ব, তাকে লৈ হ’ব আলোচনা!

আজি দিল্লীলৈ ৰাওনা হ’ব সৰ্বানন্দ সোণোৱাল। কি হ’ব সোণোৱালৰ পৰৱৰ্তি দায়িত্ব, তাকে লৈ হ’ব আলোচনা!

বিজেপিয়ে বাৰম্বাৰ এই কথা দোহাৰি আহিছে যে সোণোৱালক মৰ্যাদাসহকাৰে সন্মানজনক পদবী প্ৰদান কৰা হ’ব।

বিজেপিয়ে বাৰম্বাৰ এই কথা দোহাৰি আহিছে যে সোণোৱালক মৰ্যাদাসহকাৰে সন্মানজনক পদবী প্ৰদান কৰা হ’ব।

বিজেপিয়ে বাৰম্বাৰ এই কথা দোহাৰি আহিছে যে সোণোৱালক মৰ্যাদাসহকাৰে সন্মানজনক পদবী প্ৰদান কৰা হ’ব।

  • Share this:
আজি দিল্লীলৈ ৰাওনা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় নেতৃত্বই দিল্লীলৈ  আমন্ত্ৰণ জনাইছে সৰ্বানন্দ সোণোৱালক। কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান প্ৰাপ্তিক লৈ নেতৃত্বৰে  আলোচনা হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী পদ ত্যাগ কৰাৰ পাছত সোণোৱালক কেনেকৈ নতুন দায়িত্ব দিয়া হ’ব তাকে লৈ ৰাজ্যজুৰি ব্যাপক আলোচনা হৈ আছিল। বিজেপিয়ে বাৰম্বাৰ এই কথা দোহাৰি আহিছে যে সোণোৱালক মৰ্যাদাসহকাৰে সন্মানজনক পদবী প্ৰদান কৰা হ’ব।

লক্ষণীয় হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কিদৰে নতুন দায়িত্বভাৰ দিয়ে কেন্দ্ৰীয় নেতৃত্বই। সোণোৱালেও মাজুলী এৰি পুনৰ দিল্লীলৈ ঘূৰি যাব নেকি, সেয়াও এক লাখটকীয়া প্ৰশ্ন।
Published by:Manjumoni Borah
First published: