মুখ্যপৃষ্ঠা » খবৰ

» নতুন দিল্লী

»তিনিদিনীয়া দিল্লী ভ্ৰমণ সামৰি গুৱাহাটীত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজীৱ গান্ধী ইণ্ড’ৰ ষ্টেডিয়াম পৰিদৰ্শন...

তিনিদিনীয়া দিল্লী ভ্ৰমণ সামৰি গুৱাহাটীত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজীৱ গান্ধী ইণ্ড’ৰ ষ্টেডিয়াম পৰিদৰ্শন...

News18 Assam | News18-Assam
Updated:June 12, 2021, 7:19 PM IST
তিনিদিনীয়া দিল্লী ভ্ৰমণ সামৰি গুৱাহাটীত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজীৱ গান্ধী ইণ্ড’ৰ ষ্টেডিয়াম পৰিদৰ্শন...
তিনিদিনীয়া দিল্লী-নাগপুৰ ভ্ৰমণসূচী সামৰি শনিবাৰে আবেলি গুৱাহাটীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ গুৱাহাটীত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ আমিনগাঁওস্থিত ৰাজীৱ গান্ধী ইণ্ড’ৰ ষ্টেডিয়াম পৰিদৰ্শন কৰে ৷ 

  • Share this:

মুখ্যমন্ত্ৰীয়ে ক্ৰীড়া ছাত্ৰাৱাস আৰু যুৱ ছাত্ৰাৱাস নিৰ্মাণকে ধৰি ষ্টেডিয়ামখনত অব্যাহত থকা আধুনিকীকৰণ প্ৰকল্পসমূহৰ কাম-কাজৰ বুজ লয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই নৱনিৰ্মিত উপায়ুক্ত কাৰ্যালয় পৰিদৰ্শন কৰি পুৰণি উপায়ুক্ত কাৰ্যালয় ভৱনটো ভাঙি এখন বাগিচাসহ অন্যান্য বিভাগসমূহৰ এটা সমন্বিত কাৰ্যালয় ভৱন স্থাপনৰ পৰিকল্পনা যুগুত কৰিবলৈও নিৰ্দেশ দিয়ে। লগতে মুখ্যমন্ত্ৰীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থিত পুখুৰীৰ উন্নয়নৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
Published by: Kokil Sarma
First published: June 12, 2021, 7:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি