কিছুদিনৰ আগতে পিতৃ মৃদুল ভূঞাৰো Covid-19ত আক্ৰান্ত হৈ মৃত্যু।
কিছুদিনৰ আগতে পিতৃ মৃদুল ভূঞাৰো Covid-19ত আক্ৰান্ত হৈ মৃত্যু।
দিল্লীৰ সমীপৰ গুৰুগ্ৰামত Covid-19এ প্ৰাণ কাঢ়িলে আৰু এজন অসমীয়া যুৱকৰ। মৃত্যুক সাৱটি ল’লে অংশুমান ভূঞা নামৰ তজবজীয়া যুৱকজনে ।
৩০ বছৰীয়া অংশুমান Covid-19ত আক্রান্ত হৈ গুৰুগ্ৰামৰে এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ।
কিছুদিনৰ আগতে তেওঁৰ পিতৃ মৃদুল ভূঞাৰো মৃত্যু হৈছিল। পাৱাৰগ্ৰীড(Powergrid)ৰ প্ৰৱন্ধক হিচাপে কৰ্মৰত মৃদুল ভূঞাও Covid-19ত আক্ৰান্ত হৈছিল ।
অংশুমানে এৰি থৈছে মাতৃ আশালতা ভূঞা আৰু ভগ্নী আকাংক্ষা ভূঞাক ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|