உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • new-delhi
    • »
    • Covid 19 Assam: গুৰুগ্ৰামত Covid-19এ প্ৰাণ কাঢ়িলে আৰু এজন অসমীয়া যুৱকৰ। মৃত্যুক সাৱটি ল’লে অংশুমান ভূঞাই।

    Covid 19 Assam: গুৰুগ্ৰামত Covid-19এ প্ৰাণ কাঢ়িলে আৰু এজন অসমীয়া যুৱকৰ। মৃত্যুক সাৱটি ল’লে অংশুমান ভূঞাই।

    কিছুদিনৰ আগতে পিতৃ মৃদুল ভূঞাৰো  Covid-19ত আক্ৰান্ত হৈ মৃত্যু।

    কিছুদিনৰ আগতে পিতৃ মৃদুল ভূঞাৰো Covid-19ত আক্ৰান্ত হৈ মৃত্যু।

    কিছুদিনৰ আগতে পিতৃ মৃদুল ভূঞাৰো Covid-19ত আক্ৰান্ত হৈ মৃত্যু।

    • Share this:
    দিল্লীৰ সমীপৰ গুৰুগ্ৰামত Covid-19এ প্ৰাণ কাঢ়িলে আৰু এজন অসমীয়া যুৱকৰ। মৃত্যুক সাৱটি ল’লে অংশুমান ভূঞা নামৰ তজবজীয়া যুৱকজনে ।

    ৩০ বছৰীয়া অংশুমান  Covid-19ত আক্রান্ত হৈ গুৰুগ্ৰামৰে এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল ।

    কিছুদিনৰ আগতে তেওঁৰ পিতৃ মৃদুল ভূঞাৰো মৃত্যু হৈছিল।  পাৱাৰগ্ৰীড(Powergrid)ৰ  প্ৰৱন্ধক হিচাপে কৰ্মৰত মৃদুল ভূঞাও Covid-19ত আক্ৰান্ত হৈছিল ।

    অংশুমানে এৰি থৈছে মাতৃ আশালতা ভূঞা আৰু ভগ্নী আকাংক্ষা ভূঞাক ।
    Published by:Manjumoni Borah
    First published: