Covid 19: লকডাউনেই সমাধান নেকি ? দিল্লীত বন্ধ ব্যক্তিগত কাৰ্যালয়, ৰেষ্টুৰেণ্ট ...
Covid 19: লকডাউনেই সমাধান নেকি ? দিল্লীত বন্ধ ব্যক্তিগত কাৰ্যালয়, ৰেষ্টুৰেণ্ট ...
File Photo
অত্যাধিক কোভিড সংক্ৰমণৰ বাবে মঙলবাৰৰ পৰা দিল্লীৰ ব্যক্তিগত কাৰ্যালয়সমূহ বন্ধ আছে (কোভিড 19), ৰেষ্টুৰেণ্টবোৰো বন্ধ আছে। দিল্লী প্ৰায় লকডাউনৰ (Lockdown) মুখলৈ ঘূৰি গৈছে।