India vs South Africa: বিশ্বকাপৰ প্রথম মেচতে ৰোহিত শৰ্মাৰ শতক

১২৮টা বলত শতৰান কৰিবলৈ সক্ষম হয় ৰোহিত শৰ্মাই। ৰোহিত শৰ্মাই এইপৰ্যন্ত ২৩সংখ্যক শতৰান সম্পূৰ্ণ কৰিলে।

news18assam
Updated:June 5, 2019, 10:23 PM IST
India vs South Africa: বিশ্বকাপৰ প্রথম মেচতে ৰোহিত শৰ্মাৰ শতক
১২৮টা বলত শতৰান কৰিবলৈ সক্ষম হয় ৰোহিত শৰ্মাই। ৰোহিত শৰ্মাই এইপৰ্যন্ত ২৩সংখ্যক শতৰান সম্পূৰ্ণ কৰিলে।
news18assam
Updated: June 5, 2019, 10:23 PM IST
বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰোহিত শৰ্মাৰ শতক অৰ্জন। ১২৮টা বলত শতৰান কৰিবলৈ সক্ষম হয় ৰোহিত শৰ্মাই। ৰোহিত শৰ্মাই এইপৰ্যন্ত ২৩সংখ্যক শতৰান সম্পূৰ্ণ কৰিলে।
আৰু চাওক পৰৱৰ্তী বাতৰি