ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিশ্ব বক্সিঙত ব্ৰঞ্জৰ পদক লাভ লাভলীনা বৰগোঁহাইৰ

ছেমি ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত লাভলীনা বৰগোঁহাই

News18-Assam
Updated:October 12, 2019, 5:50 PM IST
ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিশ্ব বক্সিঙত ব্ৰঞ্জৰ পদক লাভ লাভলীনা বৰগোঁহাইৰ
ছেমি ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত লাভলীনা বৰগোঁহাই
News18-Assam
Updated: October 12, 2019, 5:50 PM IST
দ্বিতীয়বাৰৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিলে লাভলীনা বৰগোঁহাইৰ। শনিবাৰে অনুষ্ঠিত হোৱা ছেমি ফাইনেলৰ মেচত চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাস্ত হয় প্ৰতিভাৱান বক্সাৰগৰাকী।লাভলীনাৰ লক্ষ্য এতিয়া টকিঅ’ অলিম্পিকত পদক অৰ্জন।
আৰু চাওক পৰৱৰ্তী বাতৰি