দিল্লীস্থিত ভাৰত স্কাউট আৰু গাইডৰ (The Bharat Scouts and Guides) ৰাষ্ট্ৰীয় মূখ্য কাৰ্য্যালয়ত ৱৰ্ল্ড এচোচিয়েচন অৱ গাৰ্ল গাইডচ এণ্ড গাৰ্ল স্কাউট (World Association of Girl Guides and Girl Scouts) তথা ৱৰ্ল্ড অৰ্গেনাইজেচন অৱ স্কাউট মোভমেণ্ট (World Organization of the Scout Movement) ৰ যুটীয়া উদ্যোগত এখনি "কৌশলগত পৰিকল্পনা" বিষয়ক কৰ্মশালা অনুষ্ঠিত হৈ যায় ।
উক্ত কৰ্মশালাত ভাৰত স্কাউট আৰু গাইডৰ অসম ৰাজ্যিক সচিব শ্ৰীমতী অৰুণিমা দেৱীয়ে অসমক প্ৰতিনিধিত্ব কৰি অংশ গ্ৰহণ কৰে ।
Published by: Subham Goswami
FIRST PUBLISHED : March 25, 2023, 18:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।