বীভৎস! অফিচত মাস্ক পিন্ধিবলৈ কোৱাৰ বাবেই বিশেষভাৱে সক্ষম মহিলা কৰ্মীক ৰডেৰে নিৰ্মম প্ৰহাৰ পৰ্যটন বিষয়াৰ! চাওক Video

News18 Assam | News18-Assam
Updated:June 30, 2020, 5:48 PM IST
বীভৎস! অফিচত মাস্ক পিন্ধিবলৈ কোৱাৰ বাবেই বিশেষভাৱে সক্ষম মহিলা কৰ্মীক ৰডেৰে নিৰ্মম প্ৰহাৰ পৰ্যটন বিষয়াৰ! চাওক Video
এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে বিষয়াজনৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ।

এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে বিষয়াজনৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ।

  • Share this:
এক বীভৎস ঘটনা! কাৰ্যালয়ত মাস্ক পিন্ধিবলৈ কোৱাৰ বাবে এগৰাকী পৰ্যটন বিষয়াই লোহাৰ ৰডেৰে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে বিশেষভাৱে সক্ষম এগৰাকী মহিলা কৰ্মীক। এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ নেল্ল’ৰ জিলাত। এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে বিষয়াজনৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ। আৰক্ষীয়ে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত।

First published: June 30, 2020, 5:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading