এক সু–স্বাস্থ্যৱান ভৱিষ্যতৰ কাৰণে পানী আৰু স্বচ্ছতা কিয় ইমান প্ৰয়োজনীয়?

News18 Assam | News18-Assam
Updated:November 16, 2020, 1:27 PM IST
এক সু–স্বাস্থ্যৱান ভৱিষ্যতৰ কাৰণে পানী আৰু স্বচ্ছতা কিয় ইমান প্ৰয়োজনীয়?

  • Share this:
বিগত সময়ৰ অভিজ্ঞতাই আমাক মনত পেলাই দিছে স্বচ্ছতাৰ গুৰুত্বৰ কথা। কেৱল ব্যক্তিগত অভ্যাসেই নহয় ৰাজহুৱা গুৰুত্বৰ কাৰণেও পানী তথা স্বচ্ছতাৰ প্ৰতি ধ্যান দিয়াটো জৰুৰী। আমাৰ পাৰিপাৰ্শ্বিকতাৰ ভংগুৰতালৈ মন কৰি আৰু এক বহনক্ষম ভৱিষ্যতৰ কাৰণে জলসম্পদ সংৰক্ষণ, পানীৰ সুবিধা তথা আমাৰ দেশ তথা সম্প্ৰদায়ৰ স্বাস্থ্যলৈ মন কৰা দৰকাৰী।

অৱশ্যে এই নতুন সজাগতাই প্ৰশাসনীয় আৰু ব্যক্তিগত পানী সংৰক্ষণ তথা স্বচ্ছতাৰ অভিযান আগুৱাই নিয়াৰ কাৰণে যথেষ্ট অনুপ্ৰেৰণা যোগাইছে। ইয়াৰ কাৰণে এক একচন প্লেন দৰকাৰ।

এই উদ্দ্যেশ্যৰে মিছন পানী, News 18 আৰু Harpic India–ই আৰম্ভ কৰে। পানী সংৰক্ষণ আৰু স্বচ্ছতাৰ ধাৰণা সুদৃঢ় কৰিবলৈ ব্যক্তিগত পৰ্যায়ৰ অৰিহনাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰি এক বাৰ্তা দিবলৈ বিচৰা হ’ল।

পানী সংৰক্ষণ কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰশাসনৰ কাৰণে এক গুৰুতৰ বিষয়। Mission Paani–এ বৰ্তমানৰ চৰকাৰী উদ্যোগৰ ওপৰত ভিত্তি কৰি এক সম্পৰ্ক ৰক্ষাৰে প্ৰতিজন ভাৰতীয়ৰ কাৰণে চাফা পানী উপলব্ধ কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে।

এখন সুস্বাস্থ্যৱান ভাৰত গঢ়াৰ কাৰণে মিছন পানীয়ে এইবাৰ সংযুক্ত হৈছে অক্ষয় কুমাৰৰ সৈতে। এই বিশেষ অভিযানৰ সৈতে সংযুক্ত হৈ তেওঁ ইতিমধ্যে বাৰ্তা প্ৰদান কৰিছে।





Be part of the change. Log onto https://www.news18.com/mission-paani/ and take the Jal Pratigya today.
First published: November 16, 2020, 1:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading