• Home
  • »
  • News
  • »
  • nation
  • »
  • মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই কিয় কংগ্ৰেছ ত্যাগ কৰি TMCত যোগদান কৰিলে ?

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই কিয় কংগ্ৰেছ ত্যাগ কৰি TMCত যোগদান কৰিলে ?

fle image

fle image

মেঘালয়ৰ (Meghalaya)  প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। তেওঁৰ লগতে দলৰ কেইবাজনো সদস্যই যোগদান কৰিছে। পিছে মুকুল চাংমাই কিয় TMCত যোগদান কৰিছে ?

  • Share this:
মেঘালয়ৰ (Meghalaya)  প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। তেওঁৰ লগতে দলৰ কেইবাজনো সদস্যই যোগদান কৰিছে। পিছে মুকুল চাংমাই কিয় TMCত যোগদান কৰিছে ? তেওঁ ক'লে আমাৰ কাৰণে TMC প্ৰথম চইচ আছিল। তৃণমূলৰ লক্ষ্য আৰু উদ্দেশ্য আমাৰ সৈতে মিলাৰ বাবেই আমি যোগদান কৰিছো। ৰাইজৰ সেৱা তেওঁলোকে যিদৰে কৰি গৈছে তাৰ বাবেই আমি যোগদান কৰিছো। কমলিকা সেনগুপ্তাৰ সৈতে হোৱা এক আলাপত এনেদৰে কয় মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।



"মই মেঘালয়ত কংগ্ৰেছক এটা ইটাৰ পিছত আনটো ইটা দি নিৰ্মাণ কৰিছো, তেওঁলোকে মোক "চলতা হে" মনোভাৱৰ সৈতে এচি কোঠাত বহি শিকাব? এনেদৰে কংগ্ৰেছক সমালোচনা কৰিলে মুকুল চাংমাই। দলৰ প্ৰতিজন কাৰ্যকৰ্তাই মেঘালয়ত কংগ্ৰেছৰ ভেটি নিৰ্মাণ কৰিছিল। বহু লোকে নিজৰ জীৱন হেৰুৱাইছিল। আমি অন্য দলৰ সহায় নোলোৱাকৈ নিৰ্বাচন জয়ী হৈছিলো। এনে দলৰ পৰা আতৰি অহাটো কষ্টকৰ যাৰ সৈতে ইমান বছৰ একেলগে আছিলো।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Kokil Sarma
First published: