உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • WHOৰ সতৰ্কবাণী, কোনোদিনেই শেষ নহ’ব কোৰোণা ভাইৰাছ, থাকি যাব এইড্ছ, মেলেৰিয়াৰ দৰেই

    WHOৰ সতৰ্কবাণী, কোনোদিনেই শেষ নহ’ব কোৰোণা ভাইৰাছ, থাকি যাব এইড্ছ, মেলেৰিয়াৰ দৰেই

    এই ভাইৰাছৰ ভয়াৱহতা কম হ’ব। কিন্তু মাইকেল ৰিয়ানে কৈছে যে এই ৰোগত আক্ৰান্তৰ সংখ্যা কমাবলৈ ভেকচিনৰ প্ৰয়োজন। যাতে আক্ৰান্তৰ মৃত্যু নহয়।

    • Share this:
    বিশ্ব স্বাস্থ্য সংস্থাই মঙলবাৰে এক বিশেষ সতৰ্কবাণী জাৰি কৰিছে। সতৰ্কবাণীত কোৱা হৈছে যে কোভিড ১৯ মহামাৰী কোনোদিনেই শেষ নহ’ব। ইয়াৰ ভয়াৱহতা লাহে লাহে কমি যাব। বিশ্ব স্বাস্থ্য সংস্থাৰ এমাৰজেন্সী ডায়ৰেক্টৰ মাইকেল ৰিয়ানে ৱৰ্ল্ড ইক’নমিক ফ’ৰামৰ এক ভাৰ্ছুৱেল ছেছনত এই কথা জনায়। এইডছ, মেলেৰিয়াৰ দৰে ৰোগে হাজাৰ হাজাৰ মানুহৰ প্ৰাণ কাঢ়ি নিয়ে। আচলতে মহামাৰী মানে কোনো ৰোগ যিটো স্থায়ীভাৱে জনগণৰ মাজত থাকি যাব। কোৰোণা মহামাৰীও কোনোপধ্যেই সম্পূৰ্ণৰূপে শেষ নহয়।

    দাভোছত ভেকচিন ইকুইটী কাৰ্যসূচীত মন্তব্য ৰখাৰ সময়ত তেওঁ কয় যে স্থানীয় অসুস্থতা মানে এয়া নহয় যে এয়া ভাল, এয়া এতিয়া চিৰ জীৱনৰ বাবে আমাৰ সৈতে থাকিব। মাইকেল ৰিয়ানে কয় যে কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন অত্যন্ত দ্ৰুতগতিত বিয়পি পৰিছে। আন ভেৰিয়েণ্টৰ তুলনাত কম ঘাতক।

    এই ভাইৰাছৰ ভয়াৱহতা কম হ’ব। কিন্তু মাইকেল ৰিয়ানে কৈছে যে এই ৰোগত আক্ৰান্তৰ সংখ্যা কমাবলৈ ভেকচিনৰ প্ৰয়োজন। যাতে আক্ৰান্তৰ মৃত্যু নহয়।
    Published by:Sanjay Kumar Das
    First published: