প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোলাত খেলি থকা এই শিশুটি কোন?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছে। এই ফটোখনত প্ৰধানমন্ত্ৰী মোদী এটি শিশুৰ সৈতে খেলি থকা দেখা গৈছে।

News18-Assam
Updated:July 23, 2019, 5:53 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোলাত খেলি থকা এই শিশুটি কোন?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছে। এই ফটোখনত প্ৰধানমন্ত্ৰী মোদী এটি শিশুৰ সৈতে খেলি থকা দেখা গৈছে।
News18-Assam
Updated: July 23, 2019, 5:53 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এখন ফটো শ্বেয়াৰ কৰিছে। এই ফটোখনত প্ৰধানমন্ত্ৰী মোদী এটি শিশুৰ সৈতে খেলি থকা দেখা গৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ফটোখন আৰু সকলোৱে জানিব বিচাৰিছে এই শিশুটিৰ বিষয়ে। কেইবাজনো লোকে এই ফটোখন শ্বেয়াৰ কৰি এই প্ৰশ্নটো সুধিছে। কিছুমানে কমেণ্ট কৰি এই শিশুটিৰ বিষয়ে জানিবলৈ ইচ্ছুকতা প্ৰকাশ কৰিছে। এতিয়া মাত্ৰ এটা কথাই প্ৰকাশ পাইছে যে আচলতে এই শিশুটি কোন?



এই শিশুটি মধ্য প্ৰদেশৰ উজ্জেন সমষ্টিৰ বিজেপিৰ সাংসদ সত্যনাৰায়ণ জাটিয়াৰ নাতিনী। এই শিশুটিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ফটো চাৰিওফালে ভাইৰেল হৈ পৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি